Ishworir Prem Aru Xongxoy
- By
- With:
- Publisher
শ্ৰীধামৰ ৰামায়ণ মণ্ডলীয়ে এবাৰ জনকপুৰলৈ যোৱাৰ আয়োজন চলালে। এই খবৰ পাইছিল ঈশ্বৰী দেৱীয়ে। ঈশ্বৰী দেৱী বিধৱা আছিল। পিছে কিয় জানো তাইৰ মনে সেই খবৰ মণ্ডলীৰ সভ্য ধৰ্ম বাহাদুৰৰ পৰা পোৱাৰ আশা ৰাখিছিল। চিত্ৰকূটৰ ৰামায়ণ মেলাত প্ৰথমবাৰৰ বাবে লগ পাইছিল তাই ধৰ্ম বাহাদুৰক। এক দুৰ্ঘটনাত ধৰ্ম বাহাদুৰৰ পত্নীৰ মৃত্যু হৈছিল। প্ৰথমবাৰ লগ পাওঁতেই ঈশ্বৰীয়ে ধৰ্ম বাহাদুৰৰ প্ৰতি এক অনামি আকৰ্ষণ অনুভৱ কৰিছিল। কিন্তু চিঠি অহা নাছিল ধৰ্ম বাহাদুৰৰ। অৱশ্যে এই যাত্ৰাত চামিল হ'বলৈ নিমন্ত্ৰণ জনাই তাইলৈ চিঠি পঠিয়াইছিল মণ্ডলীৰ গুৰুস্বৰূপ শাস্ত্ৰী মহোদয়ে। জনকপুৰৰ যাত্ৰাত চামিল হ'ল ঈশ্বৰী দেৱী। ধৰ্ম বাহাদুৰো আছিল সেই যাত্ৰাত। ৰামায়ণ মণ্ডলীৰ এই যাত্ৰা কেনে আছিল? ঈশ্বৰীৰ মনত ধৰ্ম বাহাদুৰৰ প্ৰতি থকা আকৰ্ষণ কি আছিল? প্ৰেম আছিল নেকি সেইয়া? কিয় তাই অস্থিৰ হৈ পৰিছিল? মণ্ডলীৰ আন তিৰোতাসকলৰ লগত ধৰ্ম বাহাদুৰে কথা পাতিলে কিয় এক অহেতুক সংশয়ে বাঁহ বান্ধিছিল তাইৰ বুকুত? কি বিচাৰি গৈছিল ঈশ্বৰীয়ে ৰামায়ণ মণ্ডলীৰ এই যাত্ৰাত? মনৰ শান্তি নে পাৰ্থিৱ সুখ? মনৰ মাজত দোলা দি থকা প্ৰশ্নবোৰৰ উত্তৰ পালে নে ঈশ্বৰীয়ে? জানিবলৈ শুনক জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস 'ঈশ্বৰীৰ সংশয় আৰু প্ৰেম', একমাত্ৰ ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789353987855
Release date
Audiobook: 4 September 2021
Others also enjoyed ...
- Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
- Bengsota অপূৰ্ব কুমাৰ শইকীয়া
- Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
- Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
- Pita-Putra হোমেন বৰগোহাঞি
- Edinor Diary হোমেন বৰগোহাঞি
- Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
- Ostoraag হোমেন বৰগোহাঞি
- Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
- Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
- Moitsyogondha হোমেন বৰগোহাঞি
- Eta xingora maasor kotha লক্ষ্মীনাথ বেজবৰুৱা
- Tejor Tolor Pokhilar Mukh অনামিকা বৰা
- Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
- Grohonanto কাঞ্চন বৰুৱা
- Dotal Hatir Uye Khuwa Hauda মামণি ৰয়ছম গোস্বামী
- Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
- Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
- Ratir Kobita চৈয়দ আব্দুল মালিক
- Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
- Kanchon অনুৰাধা শৰ্মা পূজাৰী
- Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
- Cotton College নবীন বৰুৱা
- Xorilot Ekura Jui চৈয়দ আব্দুল মালিক
- Madhuxala সৌমিত্ৰ যোগী
- Timir Tirtha হোমেন বৰগোহাঞি
- Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
- Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
- Arnab, Aastha Aru JEC Indranee Sharma
- Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
- Felani অৰূপা পটংগীয়া কলিতা
- Daxorothir Khuj মামণি ৰয়ছম গোস্বামী
- Boragi Nodir Ghat অনুৰাধা শৰ্মা পূজাৰী
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- Shriman Yogi Ranjit Desai
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Yugandhar Shivaji Sawant
- October Junction Divya Prakash Dubey
- Chhava Prakaran 1 Shivaji Sawant
- Gunahon ka Devta Dharmveer Bharti
- Kanthamalacharitham Vishnu M C
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- Khasakkinte Ithihasam O V Vijayan
