Borduwani মণিকুন্তলা ভট্টাচাৰ্য
অৰ্ণৱ, মেঘনা, মিজানুৰ, হেমন্ত, নৱাব, জীৱন চৌধুৰী, গায়িকা জুলেখা, এইবোৰ হৈছে চহৰখনৰ কিছুমান চৰিত্ৰ। এই চৰিত্ৰবোৰৰ বৈচিত্ৰ্য, নৱাবৰ মধুশালাৰ মায়ালগা ব্যঞ্জনা আদিয়ে আমাৰ সমাজৰ বহু বিকাৰ উন্মোচন কৰিছে। প্ৰগতিশীল চিন্তাৰ দৌৰ আৰু তাৰ বিপৰীতে বিষাক্ত আবহাৱা এটাৰ সমান্তৰাল দৌৰ প্ৰতিফলিত হৈছে ইয়াৰ কাহিনীত। এই কাহিনীভাগৰ বৰ্ণনাশৈলীও অনন্য। সৌমিত্ৰ যোগীৰ এই চমৎকাৰ উপন্যাসখন এইবাৰ শুনক ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789353988098
Release date
Audiobook: 9 October 2021