Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
10 Ratings

4.1

Duration
3H 10min
Language
Assamese
Format
Category

Short stories

অতনু ভট্টাচাৰ্যৰ 'নীলাৰ কাৰণে অলপ ভালপোৱা'ত আছে ১২টা গল্প য'ত কেতিয়াবা বিচৰণ কৰে বাসৱীৰ দৰে এগৰাকী দুখী যেন লগা যুৱতীয়ে। নতুবা ৰামানুজৰ দৰে এজন দুৰ্দান্ত প্ৰেমিকে। হয়তো এগৰাকী অন্ধ মা বা এজন বৃদ্ধ দেউতা হৈ পৰে গল্পৰ কাৰণ,কেতিয়াবা আকৌ নীলাৰ কাৰণে বুকুৰ কোনো এক কোণত গোপনে সাঁচি ৰাখে অলপ ভালপোৱা। অতনু ভট্টাচাৰ্যৰ গল্প মধ্যবিত্ত প্ৰাত্যাহিকতাৰ দলিল। সংযত আৱেগ, প্ৰাঞ্জল ভাষা আৰু উপযোগী উপস্থাপনেৰে সমৃদ্ধ যাৰ সৃষ্টি। গল্পসমূূহত মানুহৰ দৈনন্দিন জীৱনৰ কিছু সৰু সুৰা ঘটনাৰ মাজেৰে উন্মোচিত হৈছে মানৱীয় অভিজ্ঞতাৰ কিছুমান তিক্ত-মধুৰ তাৎপৰ্য। আহক এইবাৰ 'ষ্টৰীটেল'যোগে শুনোঁ এইগৰাকী প্ৰখ্যাত কবি, গল্পকাৰৰ "নীলাৰ কাৰণে অলপ ভালপোৱা"।

© 2021 Storyside IN (Audiobook): 9789353988432

Release date

Audiobook: 14 February 2021

Others also enjoyed ...

  1. Cotton College নবীন বৰুৱা
  2. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  3. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  4. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  5. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  6. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  7. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  8. Ishu মণিকুন্তলা ভট্টাচাৰ্য
  9. Arnab, Aastha Aru JEC Indranee Sharma
  10. Xongskar মামণি ৰয়ছম গোস্বামী
  11. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  12. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  13. Aariwa অনুৰাধা দত্ত
  14. Ostoraag হোমেন বৰগোহাঞি
  15. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  16. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  17. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  18. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  19. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  20. Edinor Diary হোমেন বৰগোহাঞি
  21. Mriganabhi অৰূপা পটংগীয়া কলিতা
  22. Doriyoli গীতালি বৰা
  23. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  24. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  25. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  26. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  27. Priyo Aalaap মণিকা দেৱী
  28. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  29. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  30. Puwoti Tora কাঞ্চন বৰুৱা
  31. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  32. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  33. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  34. Kaal Gohbor ৰঞ্জু হাজৰিকা
  35. Kollolini আৰাধনা গোস্বামী
  36. Urmilar Sokulu কাঞ্চন বৰুৱা
  37. Aparajita Archana Borthakur
  38. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  39. Cubicle Mate পাপলু চেতিয়া
  40. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  41. Felani অৰূপা পটংগীয়া কলিতা
  42. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  43. Pokhila Baxona Aru Onyanyo Golpo পাৰ্থ বিজয় দাস
  44. The Secret of the Nagas Amish Tripathi