Short stories
তিক্ততাপূৰ্ণ কৰুণ বাস্তৱেও বিতোপন গল্পৰ জন্ম দিয়ে। সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাৰ গল্পও বাস্তৱ আৰু কাৰুণ্যৰ ৰসেৰে পূৰ্ণ কিন্তু গল্পবোৰৰ কথনশৈলী তথা উপস্থাপন অভিনৱ। এনে অভিনৱত্ত্বৰ বাবেই সংকলনত সন্নিবিষ্ট 'বান্দৰ, বিবৰ্তন আৰু এটা ষ্টান্ট' গল্পটোৱে চন্দ্ৰপ্ৰসাদ শইকীয়া গল্প প্ৰতিযোগীতাত প্ৰথম স্থান লাভ কৰিছিল।
© 2021 Storyside IN (Audiobook): 9789353988333
Release date
Audiobook: 27 August 2021

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India