Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
1 Ratings

5

Duration
16H 53min
Language
Assamese
Format
Category

Fiction

এক আদিম জনগোষ্ঠী। যাৰ পৃথিৱীৰ অন্য কোনো জনগোষ্ঠীৰ লগত আজি পৰ্যন্ত সংযোগ হোৱা নাই। সংযোগ হোৱা নাই সভ্য সমাজৰ লগত। গাৰ ওপৰৰ অংশ সম্পূৰ্ণ উদং আৰু তলৰ অংশত গছৰ শুকান পাত। প্ৰস্তৰ যুগ পাৰ হৈ নৱপ্ৰস্তৰ যুগৰ আৰম্ভণিতে স্তব্ধ হৈ পৰিছে সেই জনগোষ্ঠীৰ জীৱন। সিহঁতৰ বাসভূমি যেন প্ৰিমিটিভ এক ৰম্যভূমি, য'ত প্ৰকৃতিৰ দ্বাৰা পালিত হৈছে জনগোষ্ঠীটো। য'ত কোনো সংঘৰ্ষ নাই, দুৰ্ঘটনা নাই, নাই মৃত্যুৰ আশংকা। সিহঁতৰ জীৱনধাৰণ প্ৰণালীৰ লগত আছে ঋতু পৰিৱৰ্তনৰ বিশেষ সম্পৰ্ক। এই জনগোষ্ঠীৰ পুৰোহিতে বিশেষ সময়ত আৰ্বিভাৱ হোৱা টাকপানটোহ চৰাইৰ লগত আলাপ কৰে। পৃথিৱী-পুৰুষৰ জননশক্তিৰ প্ৰতীক এছটা শিলৰ মাধ্যমত আকাশ মাতৃৰ পৰা উদাৰ বৰষুণ বিচাৰে। টাকপানটোহ চৰাইৰ মাতৰ লগত সুৰ মিলাই পুৰোহিতে ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন কৰে। শুভা-শুভৰ বাৰ্তা লয়। ইয়াত বিবাহৰ কোনো ধৰা বন্ধা নিয়ম নাই গাভৰু হোৱাৰ পিছত ছোৱালীবোৰে নিজৰ মনোমত ডেকা বিচাৰি একেলগে থাকিব পাৰে। কেনেধৰণৰ হ'ব পাৰে এই জনগোষ্ঠীৰ জীৱন?

জানিবলৈ শুনক প্ৰখ্যাত সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ উপন্যাস 'যাত্ৰা', একমাত্ৰ ষ্টৰীটেলত।

© 2021 Storyside IN (Audiobook): 9789353988074

Release date

Audiobook: 10 September 2021

Others also enjoyed ...

  1. Aagontuk হৰেকৃষ্ণ ডেকা
  2. Mriganabhi অৰূপা পটংগীয়া কলিতা
  3. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  4. The Secret of the Nagas Amish Tripathi
  5. Moitsyogondha হোমেন বৰগোহাঞি
  6. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  7. Aariwa অনুৰাধা দত্ত
  8. Putaputoni মৃদুল শৰ্মা
  9. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  10. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  11. Cotton College নবীন বৰুৱা
  12. Kollolini আৰাধনা গোস্বামী
  13. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  14. Felani অৰূপা পটংগীয়া কলিতা
  15. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  16. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  17. Theng Fakhri Tahsildaror Taamor Toruwal মামণি ৰয়ছম গোস্বামী
  18. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  19. Ostoraag হোমেন বৰগোহাঞি
  20. Puwoti Tora কাঞ্চন বৰুৱা
  21. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  22. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  23. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  24. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  25. Aji Eku Kaam Nai অপূৰ্ব শৰ্মা
  26. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  27. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  28. Grohonanto কাঞ্চন বৰুৱা
  29. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  30. Mojiyat Tez অপূৰ্ব শৰ্মা
  31. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  32. Aparajita Archana Borthakur
  33. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  34. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  35. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  36. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  37. Julu ৰঞ্জু হাজৰিকা
  38. Raavan আমিশ ত্ৰিপাঠী
  39. Xurongor majere ৰঞ্জু হাজৰিকা
  40. Doriyoli গীতালি বৰা
  41. Romyokotha ভদ্ৰ বৰা
  42. Big Bazar মনালিছা শইকীয়া
  43. Madhuxala সৌমিত্ৰ যোগী
  44. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া