Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
'বেংছতা' প্ৰতিযশা কথাশিল্পী অপূৰ্ব কুমাৰ শইকীয়াৰ অনবদ্য সৃষ্টি। ১৯টা ভিন্নস্বাদৰ গল্পত ফুটি উঠে অপূৰ্ব কুমাৰ শইকীয়াৰ চিগনেচাৰ কথনশৈলী। ২০২১ বৰ্ষৰ সাহিত্য অকাদেমিপ্ৰাপ্ত এই জনপ্ৰিয় গল্প সংকলনখন এইবাৰ শুনক ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789353988340
Release date
Audiobook: 14 June 2021