Short stories
বিভিন্ন পটভূমিত ভিন্ন ধৰণৰ চৰিত্ৰক লৈ ৰচিত এমুঠি গল্প। সমাজৰ অনেক দিশ সামৰি লিখা এইসমূহ গল্পৰ মাজত প্ৰকাশ পাইছে জাতিবাদ তথা সৰ্বহাৰাৰ দস্তাবেজ। গল্পসমূহৰ মাজত ফুটি উঠিছে মহানগৰৰ বুকুত নিষ্পেষিত হোৱা মানৱীয়তাৰ ছবিখন। "ষ্টৰীটেল" যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ মুঠ সাতোটি ভিন্ন স্বাদৰ গল্পৰ সংকলন "হৃদয় এক নদীৰ নাম"।
© 2021 Storyside IN (Audiobook): 9789353987893
Release date
Audiobook: 28 April 2021

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India