Xongskar মামণি ৰয়ছম গোস্বামী
Step into an infinite world of stories
মামণি ৰয়ছম গোস্বামীৰ সাহিত্যিক জীৱন নিৰ্মাণত তেখেতৰ জীৱন পৰিক্ৰমাৰ বিভিন্ন সময়ত লিখা গল্পসমূহৰ অৱদান অপৰিসীম। বাস্তৱ জীৱনৰ নানা অভিজ্ঞতাৰে পুষ্ট তেখেতৰ এই গল্পসমূহ। প্ৰেম আৰু বিৰহ, বিশ্বাস আৰু বিশ্বাসঘাটকতা, সম্পৰ্কৰ খেলিমেলি, বৈভৱ, দাৰিদ্ৰ আৰু আশাবাদে আৱৰি ৰখা ১৪ টা ভিন্নস্বাদৰ গল্প। এই গল্পসমূহত কি আছে জানিবলৈ শুনক ষ্টৰীটেলৰ যোগেদি মামণি ৰয়ছম গোস্বামীৰ "আভা গাৰ্ডেনাৰৰ আবেলি"।
© 2021 Storyside IN (Audiobook): 9789353987930
Release date
Audiobook: 27 April 2021
Tags
English
India