'পুৰুষজন সাজু। পত্নীক সি আহ্বান কৰিছে, কথাৰে নহয়। পত্নীক পাবলৈ পুৰুষে কথা খৰছ নকৰে। আচলতে আহ্বান কৰাৰো দৰকাৰ নাথাকে। পত্নীগৰাকীয়ে অন্তৰ্যামী হৈ বুজিব লাগে স্বামীৰ আৰোহনৰ ইচ্ছাৰ কথা'। মণিকা দেৱীৰ 'কাকিনি' এহাল পতি-পত্নীৰ কাহিনী। যৌনতা, প্ৰেম, অধিকাৰবোধ- ইয়াৰ বাদেও ভালপোৱাত থাকে অপৰাধবোধ, আত্মগ্লানি আৰু ক্ষমা। তাই ক্ষমা কৰিব পাৰিব নে তাক? অথবা সি নিজক, আৰু মাকক?
© 2021 Storyside IN (Audiobook): 9789353987671
Release date
Audiobook: 10 January 2021

Step into an infinite world of stories
Overall rating based on 1 ratings
Download the app to join the conversation and add reviews.
English
India