Monika Aru Bikrom অপূৰ্ব শৰ্মা
১৯৭৫ চনৰ দিল্লীৰ পৰিৱেশ কেনে আছিল? দিল্লী বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ যোৱা গায়ত্ৰী, নিসংগতাই কোঙা কৰি পেলোৱা গায়ত্ৰী। গায়ত্ৰীয়ে গৱেষণা সম্পূৰ্ণ কৰিব পাৰিলে নে? নিজৰ প্ৰিয় পুৰুষৰ কাষলৈ ঘূৰি যাবলৈ বিচৰা গায়ত্ৰী কেনে অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ল ? নিসংগ মূহুৰ্তত গায়ত্ৰীক সংগ দিয়া অমৰেন্দ্ৰ চৌধুৰী কোন? জানিবলৈ শুনক ষ্টৰীটেল যোগে মামনি ৰয়চম গোস্বামী ৰ "সাপৰ ছালৰ জোতা"।
© 2021 Storyside IN (Audiobook): 9789353987831
Release date
Audiobook: 15 January 2021