Thrillers
চেণ্টেল নিউজ এজেন্সীৰ সাংবাদিক অৰিন্দম। অৰিন্দমৰ বছে অৰিন্দমক দায়িত্ব দিয়ে অলপতে ঘৰৰ পৰা পলাই যোৱাৰ মাইৰা চুমৰা নামৰ এজনী ছোৱালীক বিচৰাৰ। লগতে কয় যে ছোৱালীজনীক বিচাৰি পালে তাইক অপহৰণকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ নাটক কৰিবলৈ। এই কাম কৰাৰ মন অৰিন্দমৰ নাছিল যদিও মোটা অংকৰ পুৰস্কাৰৰ বাবে সি কামটো কৰাৰ দায়িত্ব লয়। বৰ সহজতে সি মাইৰা চুমৰাক বিচাৰি উলিয়াই। কিন্তু অপহৰণৰ নাটক আৰম্ভ কৰাৰ আগতে আৰম্ভ হয় অন্য এক নাটক। ডাকিনী বিদ্যাৰ প্ৰভাৱত মাইৰা চুমৰা অনায়েসে শূন্যত ভাঁহে, অদৃশ্য হয়, দস্যুক ছচেজ বনাই আৰু সেই ছচেজ খাই কুকুৰে মানুহৰ দৰে কথা কয়। পিছে সম্ভৱ হয় নে এইয়া? কেনেকৈ মাইৰাই ডাকিনী বিদ্যা শিকিলে? আৰু কিয়? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ৰহস্য উপন্যাস "ৰহস্যময়ী"
© 2022 Storyside IN (Audiobook): 9789354839146
Release date
Audiobook: 1 June 2022

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India