Raavan
- Authors
- Narrators
- Publisher
ৰাম চন্দ্ৰ শৃংখলাৰ এই আমোদজনক তৃতীয়খন গ্ৰন্থত লংকাৰ ৰজা ৰাৱণৰ ওপৰত আলোকপাত কৰা হৈছে। অন্ধকাৰক বাদ দি পোহৰৰ কোনো উদ্দেশ্য নাই বা এনেকৈও কব পাৰি যে খলনায়ক অবিহনে নায়ক ৰূপী দেৱতাসকলৰ কি কাম ? খ্ৰী: পূ: ৩৪০০ ৰ ভাৰতবৰ্ষ এখনি অশান্তি,দাৰিদ্র আৰু বিশৃঙ্খলাৰে পৰিপূৰ্ণ দেশ। অধিকাংশ মানুহ নীৰৱে সকলো সহ্য কৰি থাকে আৰু তাৰে কিছু বিদ্ৰোহী হয় যিয়ে এখন উন্নত বিশ্বৰ বাবে যুদ্ধ কৰি থাকে আৰু কিছুৱে নিজৰ বাবে । তাৰে মাজৰ এজন হল "ৰাৱণ" , এটি শক্তিশালী কিশোৰ জলদস্যু যি সাহস, নিষ্ঠুৰতা আৰু ভয়ংকৰ সংকল্পৰে পৰিপূৰ্ণ । পুৰুষ সমাজত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হোৱাৰ হাবিয়াস, সকলো মহানতাক জয় কৰা, লুটপাত কৰা আৰু সৰ্বত্ৰ অধিগ্ৰহণ কৰাৰ মানসিকতা, যাক তেওঁ নিজৰ অধিকাৰ বুলি ভাবে । ৰাৱণ বৈপৰিত্যৰ এনে এজন মানুহ যি নৃশংস হিংস্ৰতা আৰু পাণ্ডিত্যপূৰ্ণ জ্ঞানেৰে পৰিপূৰ্ণ। তেওঁ এনে এজন মানুহ যিয়ে প্ৰতিদান অবিহনে ভাল পায় আৰু অনুশোচনা বিহীন ভাবে কাৰোবাক হত্যা ও কৰিব পাৰে। সৰ্বকালৰ আটাইতকৈ জটিল , হিংস্ৰ, আবেগপ্ৰৱন আৰু নিপুণ পুৰুষৰ ওপৰত ৰচিত এখনি মহাকাব্য আমিশ ত্ৰিপাঠীৰ "ৰাৱণ"। অসমীয়াত সাৱলীলভাবে অনুবাদ কৰিছে খামমুন ফুকনে। দীপক কুমাৰ ৰয়ৰ কণ্ঠত প্ৰাণ পাই উঠা 'ৰাৱণ' এতিয়া শুনক একমাত্ৰ ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789354836015
Translators: খামমুন ফুকন
Release date
Audiobook: 25 December 2021
Other editions
Others also enjoyed ...
- Bhut bongola ৰঞ্জু হাজৰিকা
- Sita আমিশ ত্ৰিপাঠী
- Dhunda অপূৰ্ব শৰ্মা
- Madhuxala সৌমিত্ৰ যোগী
- Julu ৰঞ্জু হাজৰিকা
- Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
- Eta Dweep Xaatta Kobor ৰঞ্জু হাজৰিকা
- Ahiron মামণি ৰয়ছম গোস্বামী
- Diary অনুৰাধা শৰ্মা পূজাৰী
- Aakrux ৰঞ্জু হাজৰিকা
- Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
- Big Bazar মনালিছা শইকীয়া
- Putaputoni মৃদুল শৰ্মা
- Xunar Pahar Premnarayan Dutta
- Jolotorongor Sur অৰূপা পটংগীয়া কলিতা
- Prem Omritor Nodi চৈয়দ আব্দুল মালিক
- Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
- Ishu মণিকুন্তলা ভট্টাচাৰ্য
- Abha Gardinaror Abeli মামণি ৰয়ছম গোস্বামী
- Ram আমিশ ত্ৰিপাঠী
- Odrisyo Xondhan ৰঞ্জু হাজৰিকা
- Samayar Pristha অনুৰাধা শৰ্মা পূজাৰী
- Prastar Kanya মণিকুন্তলা ভট্টাচাৰ্য
- Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
- Punor Jonom loi Tejimolai মনালিছা শইকীয়া
- Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
- Budhiyok xiyal লক্ষ্মীনাথ বেজবৰুৱা
- Cubicle Mate পাপলু চেতিয়া
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- Shriman Yogi Ranjit Desai
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- October Junction Divya Prakash Dubey
- Yugandhar Shivaji Sawant
- Kanthamalacharitham Vishnu M C
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
