Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
1 Ratings

5

Duration
7H 30min
Language
Assamese
Format
Category

Crime

নলেগলে লগা কলেজৰ পাঁচ বন্ধু। কিন্তু সময়ৰ লগে লগে নিজ নিজ কৰ্তব্যৰ দিশে আগবাঢ়ি যায় সকলো। নিতান্তই প্ৰয়োজন বাবে এজন বন্ধুৱে আৰক্ষীত যোগদান কৰাৰ বিপৰীতে অন্য চাৰিজনৰ কাৰ্যপন্থা হৈ পৰে ভিন্ন। কিন্তু সেই সময়ৰ শাসনাধিষ্ঠিত বিদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহে এই চাৰি বন্ধু। বুকু তোলপাৰ কৰি এক অদম্য তৃষ্ণাই যেন তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনে। তেওঁলোকৰ লগত যোগ দিয়ে শ শ কিশোৰ কিশোৰীৰ দলে। জীৱন পণ কৰি এই সকলে সুখ আৰামৰ পৰিবৰ্তে বৰণ কৰি লয় নিৰ্দয় পুলিচৰ লাঠিৰ কোব, জেইলৰ জঘন্য অত্যাচাৰ, বুকু পাতি লয় পুলিচৰ গুলী অথবা থিয় দিয়ে ফাঁচিকাঠত। স্বাধীনতা সংগ্ৰামৰ এক দলিল।লগতে প্ৰত্যেক বাৰৰ মুখামুখিত পাঁচ বন্ধুৰ অন্তৰত কেনে এখন যুদ্ধ চলিছিল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক কাঞ্চন বৰুৱাৰ উপন্যাস "অশান্ত প্ৰহৰ"।

© 2021 Storyside IN (Audiobook): 9789354343988

Release date

Audiobook: 22 June 2021

Others also enjoyed ...

  1. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  2. Felani অৰূপা পটংগীয়া কলিতা
  3. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  4. Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  5. Puwoti Tora কাঞ্চন বৰুৱা
  6. Borduwani মণিকুন্তলা ভট্টাচাৰ্য
  7. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  8. Ayananta অৰূপা পটংগীয়া কলিতা
  9. Big Bazar মনালিছা শইকীয়া
  10. Kaal Gohbor ৰঞ্জু হাজৰিকা
  11. Jokhmi Jatri মামণি ৰয়ছম গোস্বামী
  12. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  13. Ishworir Prem Aru Xongxoy মামণি ৰয়ছম গোস্বামী
  14. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  15. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  16. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  17. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  18. Tejor Tolor Pokhilar Mukh অনামিকা বৰা
  19. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  20. Grohonanto কাঞ্চন বৰুৱা
  21. Moitsyogondha হোমেন বৰগোহাঞি
  22. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  23. Cotton College নবীন বৰুৱা
  24. Ruptirthor Jatri চৈয়দ আব্দুল মালিক
  25. Aariwa অনুৰাধা দত্ত
  26. Doriyoli গীতালি বৰা
  27. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  28. Madhuxala সৌমিত্ৰ যোগী
  29. Aparajita Archana Borthakur
  30. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  31. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  32. Krishno Gohboror Pora Uddharor Baat অপূৰ্ব শৰ্মা
  33. Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam অপূৰ্ব শৰ্মা
  34. Aagontuk হৰেকৃষ্ণ ডেকা
  35. Cubicle Mate পাপলু চেতিয়া
  36. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  37. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী