ধাৰু চোৰে সিন্ধি দিবলৈ যায় গুটিফুলৰ ঘৰত। গুটিফুলৰ দেউতাক গাঁৱৰ পুৰোহিত। ধাৰুৱে ভাবে পুৰোহিতৰ পুৰোহিতালি কৰি পোৱা সম্পত্তি ঢেৰ। ধাৰু চোৰো অভিজ্ঞ চোৰ। কিন্তু হৃদয় এখন ধাৰুৰো আছে। গুটিফুলে প্ৰেমিকৰ কাৰণে বৈ উলিওৱা গামোছা দুখনে ধাৰুৰ জীৱন সলনি কৰিব। কেনেকৈ? আহক শুনোঁ মণিকা দেৱীৰ 'মুৰে পোৱা চোৰ কৰে হাতযোৰ'।
© 2021 Storyside IN (دفتر الصوت ): 9789353987725
تاريخ الإصدار
دفتر الصوت : 15 يناير 2021

خطوة إلى عالم لا حدود له من القصص
التقييم الإجمالي استنادًا إلى تقييمات :reviewالعد
قم بتنزيل التطبيق للانضمام إلى المحادثة وإضافة مراجعات.
عربي
الإمارات العربية المتحدة