خطوة إلى عالم لا حدود له من القصص
5
الإثارة والتشويق
বিজনীৰ ওচৰৰ খামৰিগুৰি নামৰ এখন গাঁৱৰ এজনী দীপলিপ তনয়া। নাম- থেং ফাখ্ৰী। ৰ’দত সোণৰ দৰে চিকমিকাই থকা একোচা দীঘল চুলিৰে সকলোকে পলকতে মুগ্দ্ধ কৰিব পৰা সৌন্দৰ্য্য আৰু ব্যক্তিত্ব। স্বল্পভাষী অথচ বজ্ৰৰ দৰে খামীদাঠ। বৃটিছ অধীন ভাৰতবৰ্ষৰ প্ৰথম মহিলা তহচিলদাৰৰ দায়িত্ব বহন কৰা থেং ফাখ্ৰীৰ জীৱনলৈ এটা সময়ত নামি আহে এটি কঠিন সিদ্ধান্ত। নিজৰ পদবীৰ প্ৰতি নিষ্ঠা আৰু তেজ-মাটিৰ টান, এনে দুদোল্যমান অৱস্থাত কোন দিশে ধাৱমান হ’ব থেং ফাখ্ৰী? চিকমিকাই থকা ঈশ্বৰ প্ৰদত্ত তৰোৱালেৰে বধিব কাক, ৰোধিব কাক? ৰক্ত আৰু দায়িত্বৰ মানসিক যুজঁত কোনে মাৰিব বিজয়ৰ শেষ হাঁহি? এনে বহু বিক্ষিপ্ত ঘটনাৰ সাক্ষী মামণি ৰয়চম গোস্বামীৰ ‘থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল’- এ আপোনাক লৈ যাব সেই ঠাইলৈ, সেই সময়লৈ, শোষক আৰু শোষিতৰ সেই নোকোৱা দস্তাবেজলৈ।
© 2021 Storyside IN (دفتر الصوت ): 9789353987909
تاريخ الإصدار
دفتر الصوت : 4 مايو 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة