5
روايات رومانسية
মানাহৰ পাৰত এক নিৰ্জন ট্যুৰিষ্ট লজত নিৰ্মলা দুৱৰা। মনৰ তীব্ৰ ইচ্ছাক দমাব নোৱাৰি স্বামী আৰু জীয়াৰী মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ বাবে সাজু হয়। উপায়ন্তৰ হৈ অনিচ্ছাসত্বেও নিৰ্মলা দুৱৰা তেওঁলোকৰ লগত মানাহ পায়গৈ। তাতে তেওঁ লগ পায় হিমু অৰ্থাৎ হিমাদ্ৰি বুলি এজন যুৱকক। পিতৃ-মাতৃহীন যুৱকজনৰ প্ৰতি নিৰ্মালিয়ে হৃদয়ত এক আচৰিত টান অনুভৱ কৰে। কিন্তু...! হঠাতে যেন ঘটনাই মূৰ সলায়। হৃদয়ত টান অনুভৱ কৰা হিমুৰ পৰা লাহে লাহে আঁতৰিবলৈ বিচাৰে নিৰ্মালি দুৱৰা। কিন্তু কিয়? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক অসমীয়া সাহিত্যৰ অন্যতম নক্ষত্ৰ কাঞ্চন বৰুৱাৰ উপন্যাস "গ্ৰহণান্ত"।
© 2021 Storyside IN (دفتر الصوت ): 9789354344046
تاريخ الإصدار
دفتر الصوت : 6 مايو 2021

خطوة إلى عالم لا حدود له من القصص
التقييم الإجمالي استنادًا إلى تقييمات :reviewالعد
قم بتنزيل التطبيق للانضمام إلى المحادثة وإضافة مراجعات.
عربي
الإمارات العربية المتحدة