Chenabor Xut মামণি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামী মানেই শিহৰণকাৰী কথকতা। মধ্য প্ৰদেশৰ অহিৰণ নদীৰ নদীবান্ধত কৰ্মৰত শ্ৰমিকসকলৰ দুখ-কষ্ট, সংঘৰ্ষ, অন্যায়ৰ বৰ্ণনাই পাঠকৰ বোধক জোকাৰি যায়। শ্ৰমিকৰ পক্ষত থাকি অকলশৰীয়া হৈ পৰা সৎ, নিষ্ঠাবান অভিযন্তাজন যেন মামণি ৰয়ছমৰ নিজৰেই স্বামী মাধবেন ৰয়ছম আয়েংগাৰ! কাহিনীত কৰ'বাত জিলিক মাৰি উঠে কাহিনীকাৰৰ নিজৰেই জীৱন! অহিৰণ নদীয়ে সামৰি লোৱা জীৱনবোৰৰ মৰ্মস্পৰ্শী কাহিনী, য'ত মিহলি হৈ আছে কথকত নিজৰো জীৱন-কাহিনী, আহক এইবাৰ শুনো ষ্টোৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789354340383
Release date
Audiobook: 15 April 2021