Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036

The Immortals of Meluha

11 Ratings

4.4

Duration
17H 4min
Language
Assamese
Format
Category

Fantasy

নৱ্য ভাৰতীয়ই ভুলকৈ সিন্ধু উপত্যকা বুলি অভিহিত কৰা সময়ৰ কথা। খ্ৰীষ্টঃপূৰ্ব ১৯০০ শতিকা। সেই কালৰ বাসিন্দাসকলে এই দেশৰ নাম দিছিল মেলুহা। বহু শতিকাৰ পূৰ্বে এই নিখুঁত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মহান নৃপতি প্ৰভু ৰামে। এইসকল আছিল সূৰ্যবংশী। সূৰ্যবংশীসকলৰ এই গৌৰৱোজ্বল সাম্ৰাজ্য আৰু ইয়াৰ শাসক সকল তেওঁলোকৰ প্ৰধান নদী সৰস্বতী ক্ৰমান্বয়ে মৃত্যুমুখী হোৱাৰ ফলত গভীৰ সংকটৰ সন্মুখীন হৈছিল। তাৰোপৰি তেওঁলোক সন্মুখীন হ'ব লগা হৈছিল পূব দিশৰ চন্দ্ৰবংশীসকলৰ ভূ-খণ্ডৰ পৰা হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ। সেই পৰিস্থিতি আৰু বেছি ভয়াৱহ হৈছিল যেতিয়া চন্দ্ৰবংশীসকলে সমাজৰ পৰা বহিস্কৃত এচাম কুন্ধচ, দুৰ্দান্ত সামৰিক শক্তিসম্পন্ন জাতি নাগসকলৰ সৈতে লগ লাগিছিল। আনহাতে সূৰ্যবংশীসকলৰ এক পৌৰাণিক কিংবদন্তি আছিল যে যেতিয়াই দুস্কৃতিয়ে সকলোফালে চানি ধৰিব, তেতিয়াই এগৰাকী বীৰ পুৰুষৰ আৰ্বিভাৱ ঘটিব। কিন্তু অসম্পূৰ্ণ ৰূপৰেখাৰে অংকিত তিব্বতীয় অভিবাসী সেইজন বীৰ পুৰুষ শিৱই আছিল নে? প্ৰকৃততে তেওঁ বিচাৰিছিল নে আদৰ্শ পুৰুষ হ'বলৈ? আকস্মিকভাৱে অদৃষ্টই প্ৰেম আৰু কৰ্তব্যৰ মাজলৈ টানি অনা শিৱই সূৰ্যবংশীসকলৰ প্ৰতিশোধৰ নেতৃত্ব দি পাৰিলেনে দুস্কৃতিক বিনাশ কৰিব? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু বিপুল দেউৰীয়ে অসমীয়া ভাষান্তৰ কৰা অতিকে জনপ্ৰিয় গ্ৰন্থ শিৱ ত্ৰয়োবৃত্তৰ প্ৰথমটি খণ্ড "দ্য ইম্মৰটেলছ অব্ মেলুহা"

© 2021 Storyside IN (Audiobook): 9789354836091

Release date

Audiobook: 15 October 2021

Others also enjoyed ...

  1. The Oath of The Vayuputras Amish Tripathi
  2. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  3. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  4. Kaal Gohbor ৰঞ্জু হাজৰিকা
  5. The Secret of the Nagas Amish Tripathi
  6. Aagontuk হৰেকৃষ্ণ ডেকা
  7. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  8. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  9. Raavan আমিশ ত্ৰিপাঠী
  10. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  11. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  12. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  13. Eta xingora maasor kotha লক্ষ্মীনাথ বেজবৰুৱা
  14. Nala Damayanti Anand Neelakantan
  15. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  16. Daxorothir Khuj মামণি ৰয়ছম গোস্বামী
  17. Moitsyogondha হোমেন বৰগোহাঞি
  18. Ostoraag হোমেন বৰগোহাঞি
  19. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  20. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  21. Prem Omritor Nodi চৈয়দ আব্দুল মালিক
  22. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  23. Xongskar মামণি ৰয়ছম গোস্বামী
  24. Puwoti Tora কাঞ্চন বৰুৱা
  25. Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
  26. Cotton College নবীন বৰুৱা
  27. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  28. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  29. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  30. Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  31. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  32. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  33. Arnab, Aastha Aru JEC Indranee Sharma
  34. Doriyoli গীতালি বৰা
  35. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  36. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  37. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  38. Buddhajaya গীতালি বৰা
  39. Oxaanto Prohor কাঞ্চন বৰুৱা
  40. Juwair xadhu Lakshminath Bezbaruah
  41. Mriganabhi অৰূপা পটংগীয়া কলিতা
  42. Cubicle Mate পাপলু চেতিয়া
  43. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  44. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  45. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  46. Kollolini আৰাধনা গোস্বামী
  47. Felani অৰূপা পটংগীয়া কলিতা