Ejoni malini aru ejupa phul লক্ষ্মীনাথ বেজবৰুৱা
বাঘ আৰু কেঁকোৰা দুয়ো সখি। দুয়ো খেতি কৰি খাবলৈ মন কৰিলে। পিছে ভবামতে হ'ল জানো? ঘটনাৰ পাকচক্ৰত বাঘে লগ পালে বাৰীকোঁৱৰক। আকৌ বাৰীকোঁৱৰে লগ পালে বনৰীয়া এজাক ম'হ। বাঘ আৰু বনৰীয়া ম'হ ৰ মাজত বাৰীকোঁৱৰৰ কি হ'ল? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ৰ পৰা তুলি অনা বাঘ-কেঁকোৰা-বাৰীকোঁৱৰৰ এই ৰসাল সাধুটো এইবাৰ পঢ়িছে আমাৰ আটাইৰে মৰমৰ চেতনা দাস আইতাই।
© 2021 Storyside IN (Audiobook): 9789354340765
Release date
Audiobook: 18 May 2021