Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

5

Duration
13H 40min
Language
Assamese
Format
Category

Non-Fiction

ভাৰতত সংবাদ পত্ৰৰ ইতিহাস দুশ বছৰৰো অধিক পুৰণি। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিগণিত সংবাদ মাধ্যম হৈছে সমাজৰ দাপোন। গণতন্ত্ৰৰ সফলতাৰ মূল চৰ্ত জনগণৰ ৰাজনৈতিক, সামাজিক সচেতনতা বৃদ্ধি কৰা। এনে সচেতনতা গঢ়ি উঠিবলৈ জনসাধাৰণৰ সাম্প্ৰতিক ঘটনাক্ৰমৰ লগত পৰিচিতি থকাৰ দৰকাৰ। সমাজ আৰু সমাজ গঠনকাৰী জনগণৰ মাজৰ এই যুগসূত্ৰই হৈছে সংবাদ মাধ্যম। যোৱা ডেৰকুৰি বছৰৰো অধিক কাল দৈনিক কাকতসমূহৰ সৈতে সমানে ফেৰ মাৰি অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’-এ নিৰৱচ্ছিন্নভাৱে সমাজলৈ সেৱা আগবঢ়াই আহিছে। এই সাদিনৰ এটি অতিকৈ মনোগ্ৰাহী পৃষ্ঠা, সম্পাদক-বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ ‘প্ৰথম পৃষ্ঠাৰ চিন্তা’। সমাজৰ অতি স্পৰ্শকাতৰ বিষয় কিছুমানক লৈ লিখা এই স্তম্ভলেখা যেন কেৱল লেখিকাগৰাকীৰ মনৰে নহয়, প্ৰত্যেকজন সচেতন নাগৰিকৰ হিয়াৰ দাপোন। যি এক মূহুৰ্তৰ বাবে হ’লেও চুই যাব, এপলক থমকি ভাবিবলৈ বাধ্য কৰাব আপোনাক, মোক, সকলোকে। এই স্তম্ভলেখাৰ কিছুসংখ্যক বচা বচা লেখাৰ জুমুঠি, এয়া - ‘সময়ৰ পৃষ্ঠা’।

© 2021 Storyside IN (Audiobook): 9789354346668

Release date

Audiobook: 13 October 2021

Others also enjoyed ...