Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

5

Duration
9H 1min
Language
Assamese
Format
Category

Biographies

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনিৰ এখনি অন্যতম গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ" । গ্ৰন্থখনত সন্নিৱিষ্ট বৰগোহাঞিদেৱৰ জীৱনৰ ভিন্ন ঘটনা-পৰিঘটনাই আপোনাৰ জীৱনটোকো ফঁহিয়াই চোৱাৰ অৱকাশ দিব। কি আছে এই গ্ৰন্থখনৰ ভিতৰছোৱাত? জীৱনৰ সত্তৰ বছৰীয়া জন্মদিনটো কিয় তেওঁৰ বাবে বিশেষ আছিল? কেনে ধৰণৰ আছিল তেওঁৰ মনোজগতখন? যৌৱনৰ আৰম্ভণিৰে পৰা আত্মহত্যাৰ চিন্তাই তেওঁক লগ এৰা নাছিল। কিন্তু কিয়? আত্মহত্যাৰ প্ৰৱণতা আছিল নেকি তেওঁৰ? এই প্ৰৱণতাৰ বাবেই লিখি পেলাইছিল নেকি 'এপিটাফ' নামৰ গল্পটো? প্ৰেম আহিছিলনে তেওঁৰ জীৱনলৈ? 'সাউদৰ পুতেকে নাওঁ মেলি যায়' গ্ৰন্থত উল্লেখিত ৰেণুৰ প্ৰতি কেনেধৰণৰ মনোভাৱ আছিল তেওঁৰ। প্ৰেম নে আকৰ্ষণ? তেওঁ বাৰে বাৰে উল্লেখ কৰা নৰকবাস প্ৰকৃততে কি আছিল? কিয় জীৱনৰ এছোৱা সময়ক তেওঁ নৰকৰ লগত তুলনা কৰিলে? নিশা বেশ্যাৰ গলিলৈ কি কাৰণে তেওঁ যাবলগীয়া হৈছিল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ"।

© 2021 Storyside IN (Audiobook): 9789353988555

Release date

Audiobook: 11 October 2021

Others also enjoyed ...

  1. Aatmanuxondhan হোমেন বৰগোহাঞি
  2. Prabandha মামণি ৰয়ছম গোস্বামী
  3. Muru Eta Xopun Ase ৰুবুল মাউত
  4. The Secret of the Nagas Amish Tripathi
  5. Samayar Pristha অনুৰাধা শৰ্মা পূজাৰী
  6. Adhalekha Dostabez Mamoni Raisom Goswami
  7. Edinor Diary হোমেন বৰগোহাঞি
  8. Madhuxala সৌমিত্ৰ যোগী
  9. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  10. Autograph অনুৰাধা শৰ্মা পূজাৰী
  11. Antahin শৰ্মিষ্ঠা প্ৰীতম
  12. Eta Dweep Xaatta Kobor ৰঞ্জু হাজৰিকা
  13. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  14. Baastob Aru Bixaad ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  15. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  16. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  17. Mriganabhi অৰূপা পটংগীয়া কলিতা
  18. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  19. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  20. Nixongota হোমেন বৰগোহাঞি
  21. Doriyoli গীতালি বৰা
  22. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  23. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  24. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  25. Kollolini আৰাধনা গোস্বামী
  26. Buddhajaya গীতালি বৰা
  27. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  28. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  29. Aagontuk হৰেকৃষ্ণ ডেকা
  30. Prem Omritor Nodi চৈয়দ আব্দুল মালিক
  31. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  32. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  33. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
  34. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  35. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  36. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  37. Cotton College নবীন বৰুৱা
  38. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  39. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  40. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  41. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  42. Grohonanto কাঞ্চন বৰুৱা
  43. Puwoti Tora কাঞ্চন বৰুৱা
  44. Aariwa অনুৰাধা দত্ত
  45. Arnab, Aastha Aru JEC Indranee Sharma
  46. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  47. Ram আমিশ ত্ৰিপাঠী
  48. The Immortals of Meluha Amish Tripathi