নিজৰ বছ, ব্ৰান্স মেনেজাৰ প্ৰাপ্তিৰ প্ৰতি তাৰ প্ৰেম তাইৰ অজানা বুলিয়েই ধৰি লৈছিল মৃগাংকই। যোৱা চাৰিটা বছৰে মনৰ গোপনত তাইক বহুৱাই, এচিচটেন্ট মেনেজাৰ হিচাপে তাইৰ কাষে-কাষে থাকিয়েই সুখী আছিল মৃগাংক। ভাবিছিল, প্ৰমোচন হ'লে প্ৰাপ্তিক খুলি ক'ব মনৰ কথা। কিন্তু কম্বো' অফাৰৰ নিচিনাকৈ প্ৰমোচনৰ লগতে হঠাৎ অহা ট্ৰান্সফাৰৰ অৰ্ডাৰটোৱে সকলো খেলিমেলি কৰি দিলে। কিন্তু, সঁচাই জানো খেলিমেলি? নে ইমানদিনে অকলে অকলে প্ৰেমত মজি থকা মৃগাংকৰ জীৱন সলাই পেলাব এই ট্ৰান্সফাৰে? জানিবলৈ শুনক ষ্টৰীটেল অৰিজিনেলে বিশেষভাৱে আগবঢ়োৱা অডিঅ' প্ৰেমৰ গল্প বিষ্ণুজ্যোতি সন্দিকৈৰ 'বি অন্ টাইম'।
Release date
Audiobook: 19 October 2021
Tags

Step into an infinite world of stories
Overall rating based on 10 ratings
Heartwarming
Romantic
Cozy
Download the app to join the conversation and add reviews.
Showing 1 of 10
Mriganka
1 Aug 2023
হায়ৈ... মই মৃগাংকইয়ে নিজে ঘূৰি ফুৰা যেন লাগিল প্ৰাপ্তিৰ সৈতে। যদিওবা কেতিয়াও এইদৰে প্ৰেম কৰা নাই তথাপি মন গ'ল নিজৰ স্বভাৱৰ বিপৰীতে এনেকৈয়ে প্ৰেম কৰিবলৈ
English
India