Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
কাঞ্চনে বৰ্তমানক বুজে কিন্তু আচৰিত ধৰণে অতীতক পাহৰি গৈছে। ভৱিষ্যতৰ প্ৰতিও তাই নিৰুদ্বেগ। আধুনিক নগৰৰ প্ৰেম, হৃদয়, বিশ্বাস, যৌনতাই আনি দিয়া অসহায়তাৰ বিৰূদ্ধে কাঞ্চনৰ চাইক'জেনিক এমনেচিয়া যেন এক প্ৰতিবাদ।
© 2021 Storyside IN (Audiobook): 9789354346576
Release date
Audiobook: 19 August 2021