জীয়াই থকাৰ তাড়নাতেই হওঁক বা পৰিয়ালৰ ভৰণ পোষণৰ বাবেই হওঁক অনন্ত ঠাকুৰ যজমানি কৰিবলৈ বঙল গৈছিল। ইংৰাজৰ শাসনকালৰে কথা সেইয়া। সেই অনুসৰিয়েই তেওঁ বঙলা পিতে। কেৱল বঙলা পিতে নহয়, আৰু বহু লোকে বঙলত যজমানি কৰি জীৱন নিৰ্বাহ কৰিছিল সেই সময়ত। বঙলত যজমানি জীৱন, বঙলৰ জমিদাৰ, বঙলৰ পথাৰ সমাৰ, কমিউনিষ্ট আন্দোলনৰ গাঁথা। কেনে আছিল বঙলত বঙলা পিতেৰ যজমানি জীৱন ? পত্নী কালিন্দী আয়ে হঠাতে কিয় অমূৰি ধৰিছিল বঙলা পিতেৰ সৈতে বঙলত থাকিবলৈ যোৱাৰ? বঙলা পিতেৰ পুত্ৰ ইন্দ্ৰনাথ আৰু চন্দ্ৰনাথে পিতাকৰ বৃত্তিকেই ল'লে নে? নিজৰ জন্মস্থানলৈ ঘূৰি আহিব নোৱাৰিব বুলি ভবাৰ পিছতো বঙলা পিতে এদিন সপৰিয়ালে ঘূৰি আহিছিল ঘৰলৈ। কিন্তু সেই অভিজ্ঞতা আছিল অতিকে তিতা। কৰ্মৰ খাতিৰত বঙলত থকা বঙলা পিতে নিজ দেশলৈ আহিব লগীয়া হৈছিল শৰণাৰ্থী হৈ। কিন্তু আহিব পাৰিলে নে?এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক লেখিকা নন্দিতা দেৱীৰ উপন্যাস "বঙল বহু দূৰ"
© 2022 Storyside IN (Audiobook): 9789355441287
Release date
Audiobook: 15 July 2022

Step into an infinite world of stories
Overall rating based on 1 ratings
Download the app to join the conversation and add reviews.
Showing 1 of 1
Mriganka
17 Oct 2022
কালিন্দ্ৰী আইৰ সিদ্ধান্ত ক লৈ মোৰ মনত ৰৈ গল বহু প্ৰশ্ন, নতুনকৈ কিছমান পাক দেখিব পালো সম্বন্ধত.... অৱশ্যে লেখক সম্পূৰ্ণ সফল তথা পাঠ কৰাৰ কলাত্মকতাক মোৰ নমন
English
India