Pita-Putra হোমেন বৰগোহাঞি
Xaudor Puteke Naau Meli Jai
- Authors
- Narrators
- Publisher
আঢ্যৱন্ত পৰিয়ালৰ ল'ৰা বাপুকণ। মাকৰ মমতা, দেউতাকৰ চেনেহমিশ্ৰিত শাসন, ভাই-ভনীৰ আবদাৰৰ মাজেৰে এডেও দুদেও কৈ বাঢ়ি অহা বাপুকণৰ শৈশৱ। শৈশৱৰ লগৰীয়া হেবাঙৰ লগত বাপুকণৰ যাত্ৰা। এই যাত্ৰা সূদুৰপ্ৰসাৰী হৈ থাকিল নে? স্কুললৈ নতুনকৈ অহা দুলালৰ লগত বাপুকণৰ সম্পৰ্ক কেনেকুৱা আছিল? কিতাপৰ মাজত সোমাই পৰা বাপুকণে কৈশোৰ অৱস্থাতে জীৱন সম্বন্ধে যি গভীৰ চিন্তাত নিমগ্ন হৈছিল তাৰ কাৰণেই বা কি আছিল? এই সকলোখিনি জানিবলৈ আহক শুনোঁ হোমেন বৰগোহাঞিৰ জনপ্ৰিয় উপন্যাস 'সাউদৰ পুতেকে নাও মেলি যায়', দেবাংগপল্লৱ শইকীয়াৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353988524
Release date
Audiobook: 15 January 2021
Books similar to Xaudor Puteke Naau Meli Jai
- Ostoraag হোমেন বৰগোহাঞি
- Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
- Edinor Diary হোমেন বৰগোহাঞি
- Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
- Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
- Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
- Grohonanto কাঞ্চন বৰুৱা
- Moitsyogondha হোমেন বৰগোহাঞি
- Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
- Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
- Puwoti Tora কাঞ্চন বৰুৱা
- Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
- Ishworir Prem Aru Xongxoy মামণি ৰয়ছম গোস্বামী
- Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
- Ratir Kobita চৈয়দ আব্দুল মালিক
- Miri Jiyori ৰজনীকান্ত বৰদলৈ
- Bengsota অপূৰ্ব কুমাৰ শইকীয়া
- Borduwani মণিকুন্তলা ভট্টাচাৰ্য
- Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
- Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
- Rothor Sokori Ghure চৈয়দ আব্দুল মালিক
- Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
- Asimot Jar Heral Sima কাঞ্চন বৰুৱা
- Timir Tirtha হোমেন বৰগোহাঞি
- Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- October Junction Divya Prakash Dubey
- Kanthamalacharitham Vishnu M C
- Yugandhar Shivaji Sawant
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Francis Itticora T D Ramakrishnan
- Lok Maze Sangati Sharad Pawar
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
