Thrillers
ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত "বিপন্ন বিষ্ময় খেল " হৈছে এখন এডভেঞ্চাৰ মূলক উপন্যাস। শৈশৱৰ অনুসন্ধিৎসু মনৰ তাগিদাত দুটি শিশুৱে কিছুমান ৰহস্য উদ্ঘাটন কৰিবলৈ যোৱাৰ পথত সন্মুখীন হোৱা বিপদ, তেওঁলোকৰ সাহসিকতা, তাৎক্ষণিক বুদ্ধি আদিৰ কথাৰে পৰিপূৰ্ণ এইখন উপন্যাস। এই ৰহস্য সাহিত্যৰ পুথিখন কেৱল চেমনিয়াৰ বাবেই নহয়, সকলোৰে বাবে উপযোগী।
© 2022 Storyside IN (Audiobook): 9789354838705
Release date
Audiobook: 1 August 2022

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India