Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

4

Duration
5H 51min
Language
Assamese
Format
Category

Fiction

এটা মধ্য আৰু নিম্নবিত্তৰ অঞ্চলত হঠাতে খলকনি তুলিলে এটা নামে। মিচেছ খান্না। কিন্তু কোন এই মিচেছ খান্না? হাইকামাণ্ড ষ্টোৰৰ ধৰণী দলেৰ লগত কেনেকৈ যোগাযোগ হ'ল মিচেছ খান্নাৰ? ধৰণীৰ দোকানখনৰ নামেই বা কিয় হাইকামাণ্ড ষ্টোৰ? মিচেছ খান্নাক লগ পোৱাৰ পিছত কিয় নয়নতৰাৰ কথাই আমনি কৰিছিল ধৰণীক? কোন আছিল নয়নতৰা? কিয় কৈছিল নয়নতৰাই - তুমি কোৱা অবৈধ অশ্লীলতা এইবোৰ মই নুবুজোঁ। চন্দ্ৰক মই মনেৰে ঘিণ কৰোঁ, অথচ চন্দ্ৰক দেহাটো সদায় দিবলৈ বাধ্য। তুমি মোৰ বিবাহিত পুৰুষ নহয়, অথচ স্ব-ইচ্ছাই তোমাৰ বুকুত মই সোমাই আছোঁ। চকুৰ আগতে সলনি হৈ গৈছিল সময়। মানুহবোৰৰ মনবোৰ সলনি হৈ গৈছিল। সলনি হোৱা মানুহবোৰৰ কথাবোৰে আঘাট কৰিছিল ধৰণীক। কিন্তু কিয়? মনৰ মাজত দোলা দি থকা কথাবোৰ বাস্তৱ হ'ল নে? মিচেছ খান্নাৰ কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "ব'ৰাগী নদীৰ ঘাট"।

© 2022 Storyside IN (Audiobook): 9789354346477

Release date

Audiobook: 1 February 2022

Others also enjoyed ...

  1. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  2. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  3. Ostoraag হোমেন বৰগোহাঞি
  4. Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
  5. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  6. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  7. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  8. Antahin শৰ্মিষ্ঠা প্ৰীতম
  9. Rothor Sokori Ghure চৈয়দ আব্দুল মালিক
  10. Cotton College নবীন বৰুৱা
  11. Edinor Diary হোমেন বৰগোহাঞি
  12. Muru Eta Xopun Ase ৰুবুল মাউত
  13. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  14. Grohonanto কাঞ্চন বৰুৱা
  15. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  16. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  17. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  18. Arnab, Aastha Aru JEC Indranee Sharma
  19. Arundhati মণিকুন্তলা ভট্টাচাৰ্য
  20. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  21. Kaal Gohbor ৰঞ্জু হাজৰিকা
  22. Xongskar মামণি ৰয়ছম গোস্বামী
  23. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  24. Aariwa অনুৰাধা দত্ত
  25. Aagontuk হৰেকৃষ্ণ ডেকা
  26. Puwoti Tora কাঞ্চন বৰুৱা
  27. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  28. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  29. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  30. Norokor phul ৰঞ্জু হাজৰিকা
  31. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  32. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  33. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  34. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  35. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  36. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  37. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  38. Madhuxala সৌমিত্ৰ যোগী
  39. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
  40. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  41. The Secret of the Nagas Amish Tripathi
  42. Kollolini আৰাধনা গোস্বামী
  43. Doriyoli গীতালি বৰা
  44. The Immortals of Meluha Amish Tripathi
  45. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  46. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়