বৰদোৱানী আৰু পুণ্যধৰৰ প্ৰেম সাধাৰণ হৈও অদ্ভুত ধৰণে অসাধাৰণ যেন! বৰদোৱানীৰ ভালপোৱাই ত্যাগ, মমতা, দায়িত্ব, একাকিত্বৰ এক মিশ্ৰিত আভাস দিও এটা সময়ত যেন দৈবিয় এক পৰ্যায় পাইছেগৈ.. পুণ্যধৰক সেই ভালপোৱাই আলোকিত কৰিব পাৰিলে নে? কি হ'ল পুণ্যৰ দ্বিতীয় পত্নী আৰু সন্তানহীনা বৰদোৱানীয়ে নিজৰ পেটৰ পোৰ দৰে আপডাল কৰা পুত্ৰৰ? জীৱন সংঘৰ্ষৰেই অন্য এক নাম হলেও শেষলৈ কেৱল ভালপোৱাই মানুহক উজ্জিৱিত কৰে, উদ্ধাৰ কৰে। বৰদোৱানীৰ জীৱন কাহিনীত ঔপন্যাসিকে বাৰম্বাৰ যেন তাকেই প্ৰতিপন্ন কৰিছে। মণিকুন্তলা ভট্টাচাৰ্যৰ কলমত প্ৰাণ পাই উঠা বৰদোৱানীৰ জীৱন তথা প্ৰেমৰ এই সচাঁ কাহিনীটো প্ৰথমবাৰৰ বাবে অত্যন্ত অন্তঃস্পৰ্শী ৰূপত পাঠ কৰিছে জনপ্ৰিয় তথা সংবেদনশীল অভিনয় শিল্পী মলয়া গোস্বামীয়ে, একমাত্ৰ ষ্টৰীটেলৰ বাবে। আহকচোন শুনো!
© 2022 Storyside IN (Audiobook): 9789353986322
Release date
Audiobook: 8 March 2022

Step into an infinite world of stories
Overall rating based on 4 ratings
Heartwarming
Page-turner
Mind-blowing
Download the app to join the conversation and add reviews.
Showing 1 of 4
DIPANKAR
15 Apr 2022
কিতাপ খন শুনি বৰ ভাল লাগিল। লেখিকাৰ সুন্দৰ আৰু সাৱলীল বৰ্ননা কিতাপ খনৰ প্ৰতিটো শব্দত প্ৰকাশ পায়। এজনী নাৰীৰ ভিন ভিন সময়ত ভিন্ন ৰূপ সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছে। প্ৰতিটো অংশ মনপৰসা, এবাৰ শুনিলে যেন আৰু এৰিব নোৱাৰা। ৯০ৰ দশকৰ অসমৰ গ্ৰাম্য জীৱনৰ ৰূপ সুন্দৰ ভাৱে চিত্ৰিত কৰা হৈছে। Highly recommended book
English
India