Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

4.7

Duration
7H 17min
Language
Assamese
Format
Category

Fiction

সৰুতে মাকক হেৰুৱাই দেউতাকৰ মৰমৰ মাজত ডাঙৰ হৈ অহা এজনী ছোৱালী সন্ধ্যা। আন দহজনী ছোৱালীৰ দৰে কৈশোৰত এজন ৰাজকুমাৰৰ সপোন তাইয়ো দেখিছিল। সেই ৰাজকুমাৰ আছিল ইৰফান। কিন্তু ইৰফানৰ আছিল নে তাইৰ প্ৰতি কিবা অনুৰাগ? আহিছিল নে ইৰফান শুকুলা ঘোঁৰাত উঠি তাইৰ কাষলৈ? নে সমাজৰ বাধাই মষিমূৰ কৰি পেলাইছিল সন্ধ্যাৰ সকলো সপোন। কেনেদৰে আৰম্ভ হৈছিল সন্ধ্যাৰ সংসাৰ। স্বামী এইচ আই ভি ৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি জনাৰ পিছত কি কৰিলে সন্ধ্যাই? সেই ৰোগে আক্ৰমণ কৰিলে নেকি সন্ধ্যাকো? নে সেই ৰোগৰ পৰা ৰক্ষা পৰিছিল সন্ধ্যা? এইচ আই ভি ৰোগীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী কেনেকুৱা? যৌৱনৰ দূৰন্ত বিলাসিতা আৰু আৱেগহীনতাৰ বাবেই কেনেদৰে জহি খহি পৰিব পাৰে একোটা মানৱ জীৱন.. এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে মণিকুন্তলা ভট্টাচাৰ্য্যৰ "সন্ধ্যা"

© 2021 Storyside IN (Audiobook): 9789353987442

Release date

Audiobook: 15 January 2021

Others also enjoyed ...

  1. Cotton College নবীন বৰুৱা
  2. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  3. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  4. Priyo Aalaap মণিকা দেৱী
  5. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  6. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  7. Xongskar মামণি ৰয়ছম গোস্বামী
  8. Mure Puwa Sur Kore Haat Jur মণিকা দেৱী
  9. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  10. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  11. Arnab, Aastha Aru JEC Indranee Sharma
  12. Cubicle Mate পাপলু চেতিয়া
  13. Mriganabhi অৰূপা পটংগীয়া কলিতা
  14. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  15. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  16. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  17. Ostoraag হোমেন বৰগোহাঞি
  18. Aparajita Archana Borthakur
  19. Big Bazar মনালিছা শইকীয়া
  20. Edinor Diary হোমেন বৰগোহাঞি
  21. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  22. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  23. Aariwa অনুৰাধা দত্ত
  24. Puwoti Tora কাঞ্চন বৰুৱা
  25. Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  26. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  27. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  28. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  29. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  30. Buddhajaya গীতালি বৰা
  31. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  32. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  33. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  34. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  35. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  36. Urmilar Sokulu কাঞ্চন বৰুৱা
  37. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  38. Kaal Gohbor ৰঞ্জু হাজৰিকা
  39. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  40. Aagontuk হৰেকৃষ্ণ ডেকা
  41. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  42. The Secret of the Nagas Amish Tripathi
  43. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  44. Xoityo-Xujyo গীতালি বৰা