Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Thikona
Duration
0H 22min
Language
Assamese
Format
Category

Fiction

আইলতা এল.পি স্কুলৰ শিক্ষয়িত্ৰী। বুনিয়াদী প্ৰশিক্ষনকেন্দ্ৰত লক্ষী ঘোষক লগ পায়। সেই সময়ৰ অসম অগ্নিগৰ্ভা। বঙালীৰ আগ্ৰাসনে অসম ছানি ধৰাক লৈ অসমৰ আকাশ-বতাহ উত্তাল। মানুহৰ মুখে মুখে 'এক দুই তিন, অসমীয়া ৰাইজৰ ৰাতি, পুলিচ-মিলিটেৰীৰ দিন'। লক্ষী চোকা ছোৱালী। নিৰ্জু আইলতা আৰু লক্ষীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। জাতি পৰিচয়, ভাষা পৰিচয়ৰ খেলিমেলিবোৰৰ মাজত আইলতা-লক্ষীৰ বন্ধুত্বই কি মোৰ ল'ব? মণিকা দেৱীৰ 'ঠিকনা' জাতি-ভাষাৰ দন্দ্ব-খৰিয়ালৰ মাজত মনুষ্যত্বৰ এটা মৰ্মান্তিক গল্প।

© 2021 Storyside IN (Audiobook): 9789353987640

Release date

Audiobook: 10 January 2021

Others also enjoyed ...