Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Atmakatha
1 Ratings

5

Duration
7H 50min
Language
Assamese
Format
Category

Non-Fiction

"Keep your face to the sun, You will never see the shadows." - Hellen Keller

পোহৰৰ বাট দেখুৱাই দিয়া এশাৰী বাক্য। কি তাৎপৰ্য থাকিব পাৰে এই বাক্যশাৰীৰ? শৰ্মিষ্ঠা প্ৰীতম! আমাৰ কাৰোৰ অচিনাকি নহয় এই নাম। কিন্তু এই শৰ্মিষ্ঠা প্ৰীতমৰ শৈশৱ কেনে আছিল? আছিল নেকি শৰ্মিষ্ঠা জন্মগতভাৱে দুৰাৰোগ্য ৰোগত আক্ৰান্ত? কি হৈছিল শৰ্মিষ্ঠাৰ? কেনেদৰে আৰম্ভ হৈছিল শৰ্মিষ্ঠাৰ জীৱনৰ সেই যন্ত্ৰণাকাতৰ অধ্যায়? শাৰিৰীক যন্ত্ৰনাই কাবু কৰিব পৰা নাছিল শৰ্মিষ্ঠাক। জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে আকোৱালি লৈছিল শৰ্মিষ্ঠাই। তাৰ কাৰণে প্ৰয়োজন হৈছিল সাংঘাটিক মানসিক শক্তিৰ। আছিল নে সেই শক্তিৰ অধিকাৰী শৰ্মিষ্ঠা? ক'ৰ পৰা কেনেকৈ আহৰণ কৰিব পাৰিছিল এনে মানসিক শক্তি, যাৰ বাবে আমি আজিৰ শৰ্মিষ্ঠা প্ৰীতমক লগ পালোঁ। যন্ত্ৰণাক সৃষ্টিলৈ ৰূপান্তৰ কৰে শৰ্মিষ্ঠাই। কিন্তু কেনেকৈ ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক নৱ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ ২০১২ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত আত্মজীৱনীমূলক গ্ৰন্থ "আত্মকথা"।

© 2022 Storyside IN (Audiobook): 9789354838729

Release date

Audiobook: 1 April 2022

Others also enjoyed ...