Mrigotrishna
- Authors
- Narrators
- Publisher
বিভিন্ন সময়ৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত ৰচিত এমুঠি গল্প। এই গল্প সমূহে সেই সময়ৰ সামাজিক ব্যৱস্থাৰ প্ৰতিফলন কৰিছে। সৰ্বমুঠ ৯ টা গল্প। গল্প সমূহৰ মাজত প্ৰেম-প্ৰতাৰণা, দ্বন্দ্ব-সংঘাতৰ মাজতো গল্পকাৰে গাই গৈছে জীৱনৰ গান। পৰিয়ালৰ বৰ পুত্ৰ বীৰেন্দ্ৰ কুমাৰ স্বভাৱতে অলপ খুহুতীয়া। দুই ভাতৃ, তিনি ভগ্নীৰে সৈতে আটাইকেইজনেই থাকে ঘৰৰ পৰা আঁতৰত। হঠাতে গোটেইকেইজন ভাই-ভনীক দেউতাকে ঘৰলৈ মাতি পঠাই। কাৰণ কি? বীৰেন্দ্ৰ কুমাৰৰ ডাঙৰ ভগ্নী নীলাম্বৰী ওৰফে নীলাৰ বাহিৰে তাৰ কাৰণ সকলোৰে ওচৰত ৰহস্য। বাটত সহযাত্ৰী হয় বহু কেইগৰাকী যাত্ৰী। তাৰ মাজতে থাকে মিনতি। সেইখিনিতে সোমাই থাকে আৰু এটা ৰহস্য। ৰহস্যৰ পিছত ৰহস্য। এটা উৎকণ্ঠাৰে ভৰা গল্প 'সহযাত্ৰী'। সেউজীয়া প্ৰকৃতিৰ কোলাই,বোকোচাই বাগৰি ডাঙৰ হোৱা এহাল মিৰি ডেকা-গাভৰু। সিহঁতৰ মাজত আছে ভালপোৱাৰ সম্পৰ্ক। কৰ্মৰ খাতিৰত টাউনলৈ বুলি ওলাই যোৱা ডেকা মঙলাৰ ওচৰত তাৰ ৰূপহী প্ৰেমিকা বৃন্দাৰ আব্দাৰ "তই ৰঙীন সূতানেছা আনিবলৈ নাপাহৰিবি দেই"। প্ৰেমিকাৰ আব্দাৰ ৰাখি ৰঙীন সূতা লৈ ৰঙীন সপোনত বিভোৰ মঙলা। আৰু হঠাৎ! প্ৰকৃতিৰ কোলাতে ডাঙৰ হোৱা মঙলা, বৃন্দাৰ জীৱনলৈ নামি আহিল প্ৰকৃতিৰ অভিশাপ।এই অভিশাপৰ পৰা উদ্ধাৰ পালেনে মঙলা, বৃন্দাই? সংকলন খনিৰ শিৰোনাম গল্প 'মৃগতৃষ্ণা'ৰ লগতে অন্য গল্পকেইটাৰ কথনশৈলীয়ো নিশ্চিতভাৱে মুগ্ধ কৰিব আপোনাক।
© 2021 Storyside IN (Audiobook): 9789354343971
Release date
Audiobook: 18 July 2021
Books similar to Mrigotrishna
- Eta xingora maasor kotha লক্ষ্মীনাথ বেজবৰুৱা
- Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
- Samayar Pristha অনুৰাধা শৰ্মা পূজাৰী
- Xorilot Ekura Jui চৈয়দ আব্দুল মালিক
- Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
- Julu ৰঞ্জু হাজৰিকা
- Prem Omritor Nodi চৈয়দ আব্দুল মালিক
- Mriganabhi অৰূপা পটংগীয়া কলিতা
- Atmakatha শৰ্মিষ্ঠা প্ৰীতম
- Luptokotha মৃদুল শৰ্মা
- Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
- Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
- Urmilar Sokulu কাঞ্চন বৰুৱা
- Ruptirthor Jatri চৈয়দ আব্দুল মালিক
- Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
- Theng Fakhri Tahsildaror Taamor Toruwal মামণি ৰয়ছম গোস্বামী
- Dhunda অপূৰ্ব শৰ্মা
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- October Junction Divya Prakash Dubey
- Kanthamalacharitham Vishnu M C
- Yugandhar Shivaji Sawant
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Francis Itticora T D Ramakrishnan
- Lok Maze Sangati Sharad Pawar
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
