Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Cover for Dotal Hatir Uye Khuwa Hauda
1 Ratings

5

Duration
11H 47min
Language
Assamese
Format
Category

Fiction

১৯৪৭ খ্ৰীষ্টাব্দ। কানিয়ে কংকালসাৰ কৰি পেলোৱা আৰু কানিৰ বাবে হাবাথুৰি খাই ফুৰা কিছু ঘৃণা উদ্ৰেককাৰী চৰিত্ৰৰ এছোৱা সময়। আমৰঙা সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ যোগ্য পুত্ৰ ইন্দ্ৰনাথৰ নাকত সুৰসুৰণি তোলা কানিৰ ধোঁৱাই তেওঁৰ মনত সদায় গভীৰ হতাশাৰ উদ্ৰেক কৰে। আশাহীনতাত বন্দী হৈ পৰে নেকি বাৰু তেওঁ? আতংক উত্তেজনা, হতাশা আৰু আনন্দৰ মিশ্ৰিত কিছু কথকতা। এফালে বন বিৰিখৰে ওপচা প্ৰকৃতি আৰু সজীৱ ফুল, আনফালে সত্ৰৰ লেতেৰা, ভোকাতুৰ, দুৰ্গন্ধময় দেহাৰ দাস দাসী। মনোমোহা জগলীয়া নৈৰ হঠাতে হৈ পৰা বিষাক্ত সাপৰ দৰে অৱস্থা। ৰজাদিনীয়া আমৰঙা সত্ৰৰ আৰু সমকালীন সমাজখনৰ অৱক্ষয়ৰ কাৰণ কি আছিল? সত্ৰৰ অধিকাৰৰ দুগৰাকী বিধবা জীয়েক দুৰ্গা আৰু গিৰিৱালা ঘৰলৈ ঘূৰি আহে। শিক্ষিত পুত্ৰ ইন্দ্ৰনাথ ক্ৰমাৎ নৈৰাশ্য আৰু বেদনাত জৰ্জৰিত হৈ পৰে। দুখীয়া ব্ৰাহ্মণ কন্যা ইলিমনৰ প্ৰতি আকৰ্ষিত ইন্দ্ৰনাথ। অথচ তাৰ সন্মুখত প্ৰচণ্ড বাধা। সকলো বাধা নেওচি মাৰ্ক চাহাবৰ ওচৰত গিৰিৱালাৰ প্ৰেম নিবেদন। পুৰণিকলীয়া ৰীতি-নীতিক ভৰিৰে ঠেলি গিৰিৱালাৰ মাংস ভক্ষণ। শেষত জুইত জাপ দি গিৰিৱালাৰ মৃত্যু। এই সকলোখিনি দেখি মনৰ যন্ত্ৰনা বাঢ়ি যায় ইন্দ্ৰনাথৰ। পিতাকৰ দিনৰে পৰা থকা সত্ৰৰ পোহনীয়া ভাটিখোলা হাতী জগন্নাথক গুলিয়াই মাৰিবলৈ অহা অৰ্ডাৰে অশান্তি সৃষ্টি কৰিছিল ইন্দ্ৰনাথৰ মনত। কোনো কাৰণতে জগন্নাথক গুলিয়াই মৰাৰ কথা ভাবিব পৰা নাছিল। কিন্তু জগন্নাথক বচাব পাৰিলে নে ইন্দ্ৰনাথে? ইন্দ্ৰনাথৰে বা শেষ মুহূৰ্তত কি হ'লগৈ?এই সকলোখিনি জানিবলৈ' ষ্টৰীটেল' যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা", জনপ্ৰিয় অভিনয় শিল্পী চেতনা দাসৰ কণ্ঠত।

© 2022 Storyside IN (Audiobook): 9789353987749

Release date

Audiobook: 9 June 2022

Books similar to Dotal Hatir Uye Khuwa Hauda

  1. Xaudor Puteke Naau Meli Jai
    Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  2. Rajanigandhar Sokulu
    Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  3. Edinor Diary
    Edinor Diary হোমেন বৰগোহাঞি
  4. Ostoraag
    Ostoraag হোমেন বৰগোহাঞি
  5. Pita-Putra
    Pita-Putra হোমেন বৰগোহাঞি
  6. Aghari Aatmar Kahini
    Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  7. Dhonyo Noro Tonu Bhal
    Dhonyo Noro Tonu Bhal চৈয়দ আব্দুল মালিক
  8. Xurujmukhir Swopno
    Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  9. Halodhiya Soraye Baudhan Khai
    Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  10. Grohonanto
    Grohonanto কাঞ্চন বৰুৱা
  11. Nil Prajapati
    Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  12. Moitsyogondha
    Moitsyogondha হোমেন বৰগোহাঞি
  13. Jiya Jurir Ghat
    Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  14. Mamore Dhora Toruwal
    Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  15. Abha Gardinaror Abeli
    Abha Gardinaror Abeli মামণি ৰয়ছম গোস্বামী
  16. Tejor Tolor Pokhilar Mukh
    Tejor Tolor Pokhilar Mukh অনামিকা বৰা
  17. Xuborno Boloy
    Xuborno Boloy কাঞ্চন বৰুৱা
  18. Suwa Pitambor Shyamboron Megh Ure
    Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  19. Ratir Kobita
    Ratir Kobita চৈয়দ আব্দুল মালিক
  20. Ejon Iswarar Sandhanat
    Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  21. Nayantora Aru Egharota Golpo
    Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  22. Mur Hridoy Ekhon Juddhakhetra
    Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
  23. Puwoti Tora
    Puwoti Tora কাঞ্চন বৰুৱা
  24. Puwotir Jonak Aru Ek Cup Saah
    Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  25. Son Horinor Sekur
    Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  26. Cotton College
    Cotton College নবীন বৰুৱা
  27. Jokhmi Jatri
    Jokhmi Jatri মামণি ৰয়ছম গোস্বামী
  28. Bengsota
    Bengsota অপূৰ্ব কুমাৰ শইকীয়া