Thikona মণিকা দেৱী
Igloo
- Authors
- Narrators
- Publisher
- Duration
- 0H 9min
- Language
- Assamese
- Format
- Category
Short stories
আইজনীৰ জ্বৰ। গাত বসন্ত। জ্বৰ-বসন্তৰ তাপত আইজনীৰ ঘনেপতি মনত পৰে তাইৰ আয়েকলৈ। ইহকালত নৰিয়াত ভুগি আইজনীয়ে পৰকালৰ বৰফ-শীতল শেতেলিত পৰি ৰোৱা মাকৰ সৈতে কথা পাতে। কথা পাতি পাতি একোবাৰ তাই মাক হয়, আন একোবাৰ হয় জীয়েক। তাইৰ ভিতৰত জন্ম হয় অন্য এক সত্তা। ভাবনাৰ চাকনৈয়াত চাক লৈ লৈ উঠি আহে তাইৰ গৰ্ভৰ পৰা আয়েকৰ সত্তা। মণিকা দেৱীৰ 'ইগলো' এক শোক-গাথা। মাক-জীয়েকৰ কথোপকথনেৰে ছন্দোময় ৰূপ লোৱা এই গল্পটোৰ এনে এক শক্তি আছে যে তাৰ পাঠে পাঠকৰ বুকুত অসহনীয় এটি বিষ তোলে। সেই বিষ আইৰ গৰ্ভৰ নিহালিখন মেৰিয়াই লবলৈ নোপোৱাৰ বিষ। এই বিষ জননীৰ সেই চিৰায়ত আব্দাৰৰ পৰা বঞ্চিত হোৱাৰ বিষ।
© 2021 Storyside IN (Audiobook): 9789353987657
Release date
Audiobook: 15 January 2021
Others also enjoyed ...
- Dusokut tezor khela ৰঞ্জু হাজৰিকা
- Tora মণিকা দেৱী
- Paglahawa মৃত্যুঞ্জয় মহন্ত
- Johor-Mohor মণিকা দেৱী
- Otol gohboror oboxaad ৰঞ্জু হাজৰিকা
- Xei prem aswadon ৰঞ্জু হাজৰিকা
- Bongol Bohu Dur Nandita Devi
- Jononi Mur Duhita ৰঞ্জু হাজৰিকা
- Teulukor Xomosya অপূৰ্ব শৰ্মা
- Dui budhiyok লক্ষ্মীনাথ বেজবৰুৱা
- Jantob ৰঞ্জু হাজৰিকা
- Bola Beduin দিব্যজ্যোতি বৰা
- Xurongor majere ৰঞ্জু হাজৰিকা
- Xobyoxasi ৰঞ্জু হাজৰিকা
- Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
- Bibhisika Premnarayan Dutta
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Yugandhar Shivaji Sawant
- October Junction Divya Prakash Dubey
- Kanthamalacharitham Vishnu M C
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ravan Raja Rakshsancha Sharad Tandale
- Francis Itticora T D Ramakrishnan
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
