Jantob
- Authors
- Narrators
- Publisher
- Duration
- 4H 20min
- Language
- Assamese
- Format
- Category
Crime
বেলগুৰি হাবি। ইপাৰ সিপাৰ মনিব নোৱৰা এই বৃহৎ বনাঞ্চলৰ কাষতে এটা বিৰাট ঘৰ। এই ঘৰ শিৱ বৰুৱাৰ। শিৱ বৰুৱাৰ পিতৃ আছিল এজন বিখ্যাত চিকাৰী। এতিয়া শিৱ বৰুৱাও চিকাৰী। তেওঁৰে পুত্ৰ শংকৰ। সৰুতে মাতৃহাৰা হোৱা শংকৰক শিৱ বৰুৱাই বৰ আটোল তোলকৈ ডাঙৰ দীঘল কৰে। সেউজীয়া প্ৰকৃতিৰ মাজত দিনে দিনে বাঢ়ি অহা শংকৰ দিনে দিনে গভীৰ প্ৰেমত পৰে প্ৰকৃতিৰ। আৰু এদিন একো নভবাকৈ শংকৰে এটা বাঘৰ পোৱালি পুহিবলৈ লৈ আহে। সময় আগবাঢ়ে, দিনে দিনে পোহনীয়া বাঘ ভোলাৰ সৈতে অন্তৰংগতা বাঢ়ি আহে শংকৰৰ। সেই অন্তৰংগতাই আশংকা কঢ়িয়াই আনে দেউতাক শিৱ বৰুৱা, ঘৰৰ কাম কৰা লগুৱা জীউলাল আৰু ৰামুৰ মনলৈ। বহু চেষ্টা কৰিও শিৱ বৰুৱাই পুতেকক ভোলাৰ পৰা আঁতৰ কৰিব নোৱাৰিলে। শংকৰ যেন মানুহ নহয়, লাহে লাহে জান্তৱ হৈ পৰিছে। এদিন শিৱ বৰুৱাৰ বন্ধুৰ জীয়েক মণিৰ লগত শংকৰৰ বিয়া হয়। শিৱ বৰুৱাই ভাবে শংকৰৰ স্বভাৱ এইবাৰ ঠিক হ'ব। কিন্তু ঘটনাই নতুন মোৰ লয়। ঘৰৰ বনকৰা জীউলালৰ মৃত্যু হয় বাঘৰ মুখত। মৃত্যু হয় ৰামুৰো। কিন্তু ক'ৰ বাঘ। হাবিৰ বেলেগ বাঘ নে ভোলা? এদিন ঘৰৰ পৰা নাইকিয়া হয় ভোলা। অন্তৰ্ধান হয় মণি। কি হ'ল মণিৰ? কেনেবাকৈ ভোলাই বাৰু মণিক? পৃষ্ঠাই পৃষ্ঠাই হিংস্ৰ জীৱৰ ৰহস্য।এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল'যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'জান্তৱ'।
© 2021 Storyside IN (Audiobook): 9789354838538
Release date
Audiobook: 11 October 2021
Books similar to Jantob
- Paglahawa মৃত্যুঞ্জয় মহন্ত
- Dusokut tezor khela ৰঞ্জু হাজৰিকা
- Xurongor majere ৰঞ্জু হাজৰিকা
- Xaktixel Premnarayan Dutta
- Klanto juddha ৰঞ্জু হাজৰিকা
- Bongol Bohu Dur Nandita Devi
- Aadim ripu ৰঞ্জু হাজৰিকা
- Baghbondi khela ৰঞ্জু হাজৰিকা
- Biplabi Bahini Premnarayan Dutta
- Jononi Mur Duhita ৰঞ্জু হাজৰিকা
- Rohosyomoyee ৰঞ্জু হাজৰিকা
- Otol gohboror oboxaad ৰঞ্জু হাজৰিকা
- Thikona মণিকা দেৱী
- Xei prem aswadon ৰঞ্জু হাজৰিকা
- Boroxun মণিকা দেৱী
- Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
- Bixkumbho ৰঞ্জু হাজৰিকা
- Igloo মণিকা দেৱী
- Paran Nigare শৰ্মিষ্ঠা প্ৰীতম
- Kolongkito nayok ৰঞ্জু হাজৰিকা
- Nishith trishna ৰঞ্জু হাজৰিকা
- Aahoto Xorpor Dongxon ৰঞ্জু হাজৰিকা
- Balukat Biyali Bela শৰ্মিষ্ঠা প্ৰীতম
- Johor-Mohor মণিকা দেৱী
- Sekur অতনু ভট্টাচাৰ্য
- Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
- Ondhotrakh ৰঞ্জু হাজৰিকা
- Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam অপূৰ্ব শৰ্মা
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Kanthamalacharitham Vishnu M C
- October Junction Divya Prakash Dubey
- Yugandhar Shivaji Sawant
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Francis Itticora T D Ramakrishnan
- Lok Maze Sangati Sharad Pawar
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
