Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036

Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam

Duration
1H 16min
Language
Assamese
Format
Category

Fiction

এজন বয়সস্থ লোকৰ মৃত্যুত তেওঁৰ দাহ কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে গাঁৱৰ কিছু ডেকাৰ চকুত পৰে এজোপা আম। পুহমহীয়া শীতকো নেওচি আম জোপাই মলিওৱা দৃশ্য গাঁৱখনৰ বাবে বিৰল দৃষ্টি হৈ পৰে। কাৰোবাৰ মতে ই অমংগলৰ চিন। আন কাৰোবাৰ মতে আকৌ এই জোপা বাৰমহীয়া আম গছ। সেই বয়সস্থ লোকজন আছিল এজন প্ৰখ্যাত কবি। সৰুৰে পৰাই অলপ বেলেগ স্বভাৱৰ আছিল সেই কবি। এদিন সৰুতে তেওঁৰ মন গ'ল মজিয়াত বিচনা কৰি শুই থকা ঘৰৰ বনকৰা ছোৱালী মাখনীৰ কাষত শুবলৈ। বৰ বিশেষ একো চিন্তা নকৰি তেওঁ তাইৰ কাষতে শুই পৰিল। সময় বাগৰিছিল। শিশুৰ পৰা কিশোৰ হোৱা সেই কবি এদিন পুনৰ শুইছিল মাখনীৰ কাষত। মাখনীৰ বুকুৰ মাজত তেওঁ যেন পকা আমৰ গোন্ধ পাইছিল। সেই গোন্ধে তেওঁক টানিছিল। কিন্তু সেইয়া কি আছিল তেওঁ বুজিব পৰা নাছিল। এদিন মাখনী হেৰাই গৈছিল তেওঁৰ কাষৰ পৰা। মাকৰ বাবে তেওঁ বিবাহ কৰিছিল অন্য এগৰাকীক। সাংসাৰিক হৈছিল তেওঁ। কিন্তু পাহৰিব পৰা নাছিল সেই পকা আমৰ গোন্ধ। আৰু এবাৰ হঠাতে লগ পালে মাখনীক। তাৰ পিছত...? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প "এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম"।

© 2021 Storyside IN (Audiobook): 9789353988258

Release date

Audiobook: 22 November 2021

Others also enjoyed ...

  1. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  2. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  3. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  4. Pokhila Baxona Aru Onyanyo Golpo পাৰ্থ বিজয় দাস
  5. Moitsyogondha হোমেন বৰগোহাঞি
  6. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  7. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  8. Bongol Bohu Dur Nandita Devi
  9. Xongskar মামণি ৰয়ছম গোস্বামী
  10. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  11. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  12. Aariwa অনুৰাধা দত্ত
  13. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  14. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  15. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  16. Edinor Diary হোমেন বৰগোহাঞি
  17. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  18. Big Bazar মনালিছা শইকীয়া
  19. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  20. Cubicle Mate পাপলু চেতিয়া
  21. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  22. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  23. Aagontuk হৰেকৃষ্ণ ডেকা
  24. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  25. The Secret of the Nagas Amish Tripathi
  26. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  27. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  28. Doriyoli গীতালি বৰা
  29. Mriganabhi অৰূপা পটংগীয়া কলিতা
  30. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  31. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  32. Cotton College নবীন বৰুৱা
  33. Arundhati মণিকুন্তলা ভট্টাচাৰ্য
  34. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  35. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  36. Puwoti Tora কাঞ্চন বৰুৱা
  37. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  38. Sekur অতনু ভট্টাচাৰ্য
  39. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  40. Nala Damayanti Anand Neelakantan
  41. Priyo Aalaap মণিকা দেৱী
  42. Sita আমিশ ত্ৰিপাঠী
  43. Buddhajaya গীতালি বৰা
  44. Madhuxala সৌমিত্ৰ যোগী