Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

5

Duration
5H 43min
Language
Assamese
Format
Category

Fiction

আমি মানুহবোৰ সময়ৰ স্মৃতিস্তম্ভ। দেও দিব পৰা হোৱাৰেপৰা থৰক-বৰক হোৱালৈকে সময়ৰ বলুকাত স্বাক্ষৰিত হয় প্ৰতিজন ব্যক্তিৰ বৈচিত্ৰময় জীৱনৰ ঘাট-প্ৰতিঘাতময় প্ৰতিটো খোজ। সেই খোজবোৰ থৰক বৰক হোৱাৰ পৰতে জীৱনৰ বিয়লি বেলাত জীৱনে কুৰুকি কুৰুকি হেঁচি হেঁচি ধূলিস্যাৎ কৰি পেলায় জীয়াই থকাৰ হাঁবিয়াস। পৃথিৱীত বাৰ্ধক্যজনিত স্মৃতিভ্ৰংশ হোৱা মানুহৰ সংখ্যা বৰ্তমান শতকৰা পঞ্চাছৰো অধিক। বৃদ্ধাৱস্থাত মানুহে লগ এৰাৰ দৰে স্মৃতিবোৰেও লগ এৰিব বিচাৰে নেকি? সুদীর্ঘ জীৱনে মানুহক কি দিয়ে - পৰিতৃপ্তি নে অৱসাদ? সুদীৰ্ঘ জীৱন মানেই যন্ত্ৰণা নেকি? বাৰ্ধক্য মানেই অভিশাপ নেকি? অথবা বাৰ্ধক্য আৰু মৃত্যুৰ প্ৰতি থকা ভয়ৰ বাবেই নেকি জীয়াই থকাৰ যুঁজ অথবা হাঁবিয়াস? এনে অজস্ৰ প্ৰশ্নৰ পম খেদিয়ে জন্ম শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "বলুকাত বিয়লি বেলা"ৰ, এতিয়া শুনক ষ্টৰীটেলত।

© 2022 Storyside IN (Audiobook): 9789354839955

Release date

Audiobook: 15 April 2022

Others also enjoyed ...

  1. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  2. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  3. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  4. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  5. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  6. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  7. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  8. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  9. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  10. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  11. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  12. Doriyoli গীতালি বৰা
  13. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  14. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  15. Nala Damayanti Anand Neelakantan
  16. Dotal Hatir Uye Khuwa Hauda মামণি ৰয়ছম গোস্বামী
  17. Edinor Diary হোমেন বৰগোহাঞি
  18. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  19. Felani অৰূপা পটংগীয়া কলিতা
  20. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  21. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  22. Paran Nigare শৰ্মিষ্ঠা প্ৰীতম
  23. Arundhati মণিকুন্তলা ভট্টাচাৰ্য
  24. Norokor phul ৰঞ্জু হাজৰিকা
  25. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  26. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  27. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  28. Xongskar মামণি ৰয়ছম গোস্বামী
  29. Cotton College নবীন বৰুৱা
  30. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  31. Sita আমিশ ত্ৰিপাঠী
  32. Mahogani Kathor Pera Nandita Devi
  33. Urmilar Sokulu কাঞ্চন বৰুৱা
  34. Jokhmi Jatri মামণি ৰয়ছম গোস্বামী
  35. Aariwa অনুৰাধা দত্ত
  36. Arnab, Aastha Aru JEC Indranee Sharma
  37. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  38. Puwoti Tora কাঞ্চন বৰুৱা
  39. Naridasyu Premnarayan Dutta
  40. Kollolini আৰাধনা গোস্বামী
  41. Madhuxala সৌমিত্ৰ যোগী
  42. Kaal Gohbor ৰঞ্জু হাজৰিকা
  43. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  44. Ram আমিশ ত্ৰিপাঠী
  45. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  46. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  47. Aagontuk হৰেকৃষ্ণ ডেকা