Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Duration
2H 24min
Language
Assamese
Format
Category

Thrillers

কলেজৰ বন্ধু-বান্ধৱীৰ সৈতে পিকনিকলৈ যায় বনানী। মাকে বহুতবাৰ মানা কৰে যদিও ককায়েক অনুলে তাইক যাবলৈ অনুমতি দিয়ে। অনুলে মাককো বুজাই যে বনানী পিকনিকলৈ গ'লে একো নহয়। কিন্তু সেই পিকনিকেই যেন কাল হৈ আহিছিল বনানীৰ জীৱনলৈ। পিকনিকৰ পৰা অহাৰ পিছত বনানীয়ে আত্মহত্যা কৰিলে। নোটপেডত লিখি থৈ গ'ল অনুলৰ বন্ধু কুন্তল, ত্ৰিনয়ন আৰু অলকৰ নাম। কিন্তু কিয়? বনানীৰ মৃত্যুৱে অনল আৰু মাকৰ মনত বৰ দকৈ আঘাট কৰিলে। সেই আঘাটে দুয়োকে সাংঘাটিক কষ্ট দিবলৈ ধৰিলে। কিন্তু সমস্যা তাতে শেষ নহ'ল। তাৰ দুদিনমানৰ পিছত পুনৰ সংঘটিত হ'ল এক হত্যাকাণ্ড। এইবাৰ হত্যাৰ বলি হ'ল কুন্তলৰ ভনীয়েক ময়ুৰী। মাথোঁ হত্যা নহয়। পাশৱিক অত্যাচাৰ, ধৰ্ষণ, হত্যা। সেই হত্যাৰ পুং বিচাৰি অভিযানত নামে ডিটেকটিভ দেৱজিত ফুকন। কিন্তু তাৰ পিছত আকৌ এটা হত্যা। লাহে লাহে বাঢ়ি যায় অপৰাধৰ সংখ্যা। সন্দেহৰ আঙুলি উঠে অনুললৈ। কিন্তু অনুলৰ চৰিত্ৰ ইমান ভয়াবহ নহয়। তেন্তে। কোন এই হত্যাৰ নায়ক? কি হ'ল অনুলৰ? আৰু কুন্তলহঁতৰ? কি কৰিছিল সিহঁতে বনানীৰ লগত?

এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "অতল গহ্বৰৰ অৱসাদ"

© 2022 Storyside IN (Audiobook): 9789354835872

Release date

Audiobook: 1 August 2022

Others also enjoyed ...

  1. Oxaanto Prohor কাঞ্চন বৰুৱা
  2. Puwoti Tora কাঞ্চন বৰুৱা
  3. Stobdho Oronyo ৰঞ্জু হাজৰিকা
  4. Matir Saki চৈয়দ আব্দুল মালিক
  5. Sikar ৰঞ্জু হাজৰিকা
  6. Grohonanto কাঞ্চন বৰুৱা
  7. Bibhisika Premnarayan Dutta
  8. Ostoraag হোমেন বৰগোহাঞি
  9. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  10. Madhamar Premnarayan Dutta
  11. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  12. Urmilar Sokulu কাঞ্চন বৰুৱা
  13. Din Dakait Premnarayan Dutta
  14. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  15. Xongskar মামণি ৰয়ছম গোস্বামী
  16. Rang শৰ্মিষ্ঠা প্ৰীতম
  17. Timir Tirtha হোমেন বৰগোহাঞি
  18. Ishu মণিকুন্তলা ভট্টাচাৰ্য
  19. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  20. Aariwa অনুৰাধা দত্ত
  21. Edinor Diary হোমেন বৰগোহাঞি
  22. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  23. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  24. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  25. Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  26. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  27. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  28. Mriganabhi অৰূপা পটংগীয়া কলিতা
  29. Baahi মণিকুন্তলা ভট্টাচাৰ্য
  30. Cotton College নবীন বৰুৱা
  31. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  32. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  33. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  34. Muru Eta Xopun Ase ৰুবুল মাউত
  35. Arundhati মণিকুন্তলা ভট্টাচাৰ্য
  36. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  37. Kaal Gohbor ৰঞ্জু হাজৰিকা
  38. Nixongota হোমেন বৰগোহাঞি
  39. Kolongkito nayok ৰঞ্জু হাজৰিকা
  40. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  41. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  42. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক