Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
Step into an infinite world of stories
Fiction
শিপাবিচ্ছিন্ন মহানাগৰিক জীৱনৰ উকমুকনি, সম্পৰ্কৰ বিচিত্ৰতা আৰু অপ্ৰাপ্তিৰ যাতনাক মূল উপবীজ্য হিচাপে লৈ ৰচিত গল্পকাৰ মৃত্যুঞ্জয় মহন্তৰ 'পাগলাহাৱা'। শিপাহীন মানুহৰ অতি-আধুনিকতা, যন্ত্ৰণাদগ্ধ জীৱনৰ দস্তাবেজ, অপ্ৰাপ্তিৰ বেদনাৰে পৰিপূৰ্ণ মুঠ ২০ টা গল্প, শুনক একমাত্ৰ 'ষ্টৰীটেল'ত।
© 2021 Storyside IN (Audiobook): 9789353988388
Release date
Audiobook: 6 May 2021
English
India