Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
ৰাজ্যত হাতী আৰু বাঘৰ উপদ্ৰৱ। সেই উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ হেতু ৰজাৰ ঘোষণা, যিয়ে এই জন্তু দুটাক বধ কৰিব তাকে উচিত পুৰস্কাৰ দিয়া হ'ব। ঘোষণা শুনি আহিল এজন লোক। নিজকে পৰিচয় দিলে তেওঁ হয় বলী মানুহ। পিছে পাৰিলে নে হাতী আৰু বাঘৰ সৈয়ে যুঁজিব? আহাচোন সাধুটো শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341731
Release date
Audiobook: 29 May 2021