Sa-Puhoror Khel মণিকা দেৱী
Children
এখন দেশত আছিল এহাল বুঢ়া-বুঢ়ী। বুঢ়া বয়সত ল'ৰা এটি হোৱাত আনন্দতে বুঢ়া গ'ল গণকৰ ওচৰলৈ পুতেকৰ নাম বিচাৰি। পিছে কি হব, বুঢ়াৰ আছিল পাহৰা বেমাৰ! গণকে বাছি দিয়া নাম বুঢ়াই পাহৰি গ'ল। তাৰ পিছত কি হ'ল? আহাচোন শুনো চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341823
Release date
Audiobook: 18 May 2021