Short stories
একবিংশ শতিকাৰ আৰম্ভণিতে অসমীয়া সাহিত্য জগতত পদাৰ্পণ কৰি নিজস্ব সুকীয়া ৰচনা শৈলীৰে এক নতুন সৌৰভ কঢ়িয়াই আনে এগৰাকী নৱীন লেখিকাই। সুন্দৰ শব্দচয়ন, উপস্থাপন আৰু অনবদ্য কাব্যিকতাৰে এগৰাকী সংবেদনশীল সাহিত্যিকৰূপে খুউব কম সময়তে প্ৰতিষ্ঠা লাভ কৰা লেখিকা - মণিকুন্তলা ভট্টাচাৰ্য্য। ২০০২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম গল্প সংকলন ‘প্ৰস্তৰ কন্যা’ই লাভ কৰে ২০০৪ চনৰ মুনীন বৰকটকী বটাঁ। জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, ক্ষোভ-হাহাকাৰ, আনন্দ-বেদনাৰ এক অন্তৰস্পৰ্শী দলিল যেন- প্ৰস্তৰ কন্যা। প্ৰতিটো গল্পতে প্ৰতিফলিত হৈছে জীৱনৰ গভীৰ অনুভৱী পাঠ। প্ৰতিটো গল্পই যেন চুই যায় আপোনাৰ অথবা মোৰ অন্তৰৰ কোনোবা এটা নোখোলা পৃষ্ঠা, কোনো এক নোকোৱা কাহিনী। তেনে এক কাহিনীৰ পম খেদি ষ্ট’ৰীটেলত এয়া, আপোনাৰ, মোৰ, আমাৰ জীৱনৰে যেন এক অন্য পৃষ্ঠা - ‘প্ৰস্তৰ কন্যা’ ।
© 2021 Storyside IN (Audiobook): 9789353987527
Release date
Audiobook: 4 May 2021

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India