Rang
- By
- With:
- Publisher
- Duration
- 7H 46min
- Language
- Assamese
- Format
- Category
Crime
জীৱনৰ বগা কলা ৰং এসোপা লৈ জীয়াই থাকে পৰিধি। বেলিয়ে এৰি থৈ যোৱা আকাশখনে বিষণ্ণ কৰি তোলা ছোৱালীজনী। মাক আৰু বৰদেউতাকৰ সৈতে থকা পৰিধিৰ জীৱনৰ বাটটো বৰ সুখকৰ নহয়। মদাহী পিতৃৰ অত্যাচাৰে বৰ কম বয়সতে তাইক কৈ গৈছিল যন্ত্ৰণা কি হয়। বৰ সৰল পৰিধিৰ মন। সেইকাৰণে হয়তো বাৰে বাৰে যন্ত্ৰণাত দগ্ধ হয়। এটা সময়ত সদম্ভে থিয় হৈ থকা বৰদেউতাক যেতিয়া অসুস্থ হৈ শৰ্যাশায়ী হৈ পৰে, তেতিয়া পৰিধিৰ বুকুত হাজাৰ বিষে একেলগে ক্ৰিয়া কৰে। অপমৃত্যু হোৱা ককায়েকৰ কথাই সকলো সময়তে বিষণ্ণ কৰি ৰাখে পৰিধিক। তাৰ পিছতো পৰিধিয়ে হাঁহিবলৈ চেষ্টা কৰে। প্ৰিয় পুৰুষৰ হাতত ধৰি পৰিধিয়ে অকনমান সুখ বুটলিবলৈ বিচাৰে। কিন্তু পাব জানো পৰিধিয়ে সেই সুখ। প্ৰেমিকৰ মাতৃয়ে কৰা অপমানে আঘাট নাহানিবনে পৰিধিৰ আত্ম সন্মানত। তেন্তে কি কৰিব পৰিধিয়ে। পলায়ন? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "ৰং"
© 2022 Storyside IN (Audiobook): 9789354837272
Release date
Audiobook: 1 July 2022
Others also enjoyed ...
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- Shriman Yogi Ranjit Desai
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Yugandhar Shivaji Sawant
- October Junction Divya Prakash Dubey
- Chhava Prakaran 1 Shivaji Sawant
- Gunahon ka Devta Dharmveer Bharti
- Kanthamalacharitham Vishnu M C
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- Khasakkinte Ithihasam O V Vijayan
