Milleniumor Sapon অৰূপা পটংগীয়া কলিতা
সাহিত্য অকাদেমি যুৱ বঁটাপ্ৰাপ্ত কথাশিল্পী বিপাশা বৰাৰ গল্প মানেই ইতিহাস, পুৰাকথা, মিথ আৰু অপূৰ্ব কাহিনী কথনৰ আশ্চৰ্য সংযোগ। 'থাউলিপলিঙক মানুহে পাহৰি পেলাইছে' তেখেতৰ দ্বিতীয় গল্প সংকলন। এইবাৰ বিপাশা বৰাৰ কথাশিল্পৰ আমেজ লওক শ্ৰাব্য ৰূপত, ষ্টৰীটেলৰ সৈতে।
© 2021 Storyside IN (Audiobook): 9789353988395
Release date
Audiobook: 18 June 2021