4
Short stories
২০০৮ চনত 'মুনীন বৰকটকী বঁটা' আৰু ২০১৫ চনত 'হোমেন বৰগোহাঞি বঁটা'ৰে সন্মানিত কথাশিল্পী গীতালি বৰাৰ গল্প মানৱীয় সম্পৰ্কবোৰৰ আঁৰত থকা ছাঁ-পোহৰ আৰু গভীৰ ৰহস্যময়তাৰ সন্ধান, য'ত আছে ভাষাৰ কাব্যিকতা তথা প্ৰতীকধৰ্মীতা। আশ্চৰ্য্যজনক সৰলতা, অভিমানী মন আৰু বিষাদ সংগীতৰ আৰাধনাই আৱৰি ৰখা ১৪ টা ভিন্নস্বাদৰ গল্পৰ সংকলন 'সত্য-সূৰ্য'।
© 2021 Storyside IN (Audiobook): 9789353988319
Release date
Audiobook: 12 February 2021

Step into an infinite world of stories
Overall rating based on 2 ratings
Thought-provoking
Smart
Heartwarming
Download the app to join the conversation and add reviews.
English
India