Timir Tirtha হোমেন বৰগোহাঞি
সমাজে জাপি দিয়া সম্প্ৰদায় বিশেষৰ নীচাত্মিকাৰ বেদনা, অস্তিত্বৰ বাবে হাবাথুৰী খোৱাৰ যন্ত্ৰণাৰ এক কৰুণ অথচ বলিষ্ঠ কাহিনী মৎস্যগন্ধা। হোমেন বৰগোহাঞিদেৱৰ মৎস্যগন্ধা এক কৰুণ গাঁঠা, আমাক সমাজৰ চিন্তাধাৰাৰ বিষয়ে নতুনকৈ ভাবিবলৈ বাধ্য কৰোৱা এক দলিল। প্ৰথমৰ পৰা শেষলৈ এক জীৱন্ত ছৱি! চৰিত্ৰসমূহৰ অস্তিত্বৰ সংঘাত আৰু তেওঁলোকৰ বুকুত শিপাই থকা বিষৰ কৰুণ কাহিনীয়ে শ্ৰোতাক লৈ যায় ভাবনাৰ অন্য কোনো জগতলৈ। আহক শুনো দেবাংগপল্লৱ শইকীয়াৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353988517
Release date
Audiobook: 13 February 2021