5
Fantasy & SciFi
এক আদিম জনগোষ্ঠী। যাৰ পৃথিৱীৰ অন্য কোনো জনগোষ্ঠীৰ লগত আজি পৰ্যন্ত সংযোগ হোৱা নাই। সংযোগ হোৱা নাই সভ্য সমাজৰ লগত। গাৰ ওপৰৰ অংশ সম্পূৰ্ণ উদং আৰু তলৰ অংশত গছৰ শুকান পাত। প্ৰস্তৰ যুগ পাৰ হৈ নৱপ্ৰস্তৰ যুগৰ আৰম্ভণিতে স্তব্ধ হৈ পৰিছে সেই জনগোষ্ঠীৰ জীৱন। সিহঁতৰ বাসভূমি যেন প্ৰিমিটিভ এক ৰম্যভূমি, য'ত প্ৰকৃতিৰ দ্বাৰা পালিত হৈছে জনগোষ্ঠীটো। য'ত কোনো সংঘৰ্ষ নাই, দুৰ্ঘটনা নাই, নাই মৃত্যুৰ আশংকা। সিহঁতৰ জীৱনধাৰণ প্ৰণালীৰ লগত আছে ঋতু পৰিৱৰ্তনৰ বিশেষ সম্পৰ্ক। এই জনগোষ্ঠীৰ পুৰোহিতে বিশেষ সময়ত আৰ্বিভাৱ হোৱা টাকপানটোহ চৰাইৰ লগত আলাপ কৰে। পৃথিৱী-পুৰুষৰ জননশক্তিৰ প্ৰতীক এছটা শিলৰ মাধ্যমত আকাশ মাতৃৰ পৰা উদাৰ বৰষুণ বিচাৰে। টাকপানটোহ চৰাইৰ মাতৰ লগত সুৰ মিলাই পুৰোহিতে ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন কৰে। শুভা-শুভৰ বাৰ্তা লয়। ইয়াত বিবাহৰ কোনো ধৰা বন্ধা নিয়ম নাই গাভৰু হোৱাৰ পিছত ছোৱালীবোৰে নিজৰ মনোমত ডেকা বিচাৰি একেলগে থাকিব পাৰে। কেনেধৰণৰ হ'ব পাৰে এই জনগোষ্ঠীৰ জীৱন?
জানিবলৈ শুনক প্ৰখ্যাত সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ উপন্যাস 'যাত্ৰা', একমাত্ৰ ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789353988074
Release date
Audiobook: 10 September 2021

Step into an infinite world of stories
Overall rating based on 1 ratings
Download the app to join the conversation and add reviews.
English
India