নবীন বৰুৱাৰ 'কটন কলেজ' সপোন খেদি ঐতিহ্যমণ্ডিত কলেজলৈ অহা নিম্ন মধ্যবিত্তৰ জীৱনৰ কাহিনী। কাহিনী ভালপোৱাৰ, সপোন গঢ়াৰ, সময়ৰ আঁচোৰত সপোন ভঙাৰ। কলেজৰ চৌহদৰ পৰা হোষ্টেলৰ নিশালৈ এক জীৱন্ত বৰ্ণনা। নিৰঞ্জন বৰুৱাৰ মাধ্যমেৰে লেখকে ডাঙি ধৰিছে নিম্ন মধ্যবিত্তৰ জীৱনক, সপোন হেৰুৱাৰ যন্ত্ৰণাক আৰু কলেজীয়া জীৱনৰ আবেগ-অনুভূতিক। কটন কলেজৰ মাধ্যমেৰে অংকন হৈছে অসমৰেই এচোৱা সময়। প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো বাক্যতে পাঠকে সোমাই পৰিব কটন কলেজত, নিম্ন মধ্যবিত্তৰ জীৱন সংগ্ৰামত। পাঠকে বিচাৰি পাব নিজক।
© 2021 Storyside IN (Audiobook): 9789353988654
Release date
Audiobook: 20 April 2021

Step into an infinite world of stories
Overall rating based on 6 ratings
Heartwarming
Inspiring
Informative
Download the app to join the conversation and add reviews.
Showing 1 of 6
Ujjal
16 Dec 2021
বৰ বেছি ভাল লাগিল আৰু ধন্যবাদ জনাইছোঁ।
English
India