Nilkanthi Braj
- Authors
- Narrators
- Publisher
ধৰ্ম ধ্বজা বহনকাৰী ব্ৰজ। ভক্তিত গদগদ হৈ থকা ব্ৰজবাসী। ভক্তিপীঠ ব্ৰজলৈ আগমন ঘটে বহু ভক্তৰ। জীৱনৰ মূখ্য উদ্দেশ্য বিচাৰি, জীৱনৰ মুক্তি বিচাৰি আগমন ঘটা ভক্তৰ মাজত সৌদামিনীৰ দৰে কোনো বিধবা থাকে, যি মানিব নোখোজে ইহজন্ম, পৰজন্মৰ কথা। থাকে মৃণালিনীৰ দৰে জী, যিয়ে পিতৃ মাতৃৰ শুশ্ৰূষাৰ বাবে পাৰ কৰি দিয়ে এটা এটা বসন্ত। থাকে শশীৰ দৰে গাভৰু বিধৱা, যি নিজৰ শৰীৰটো বচাবৰ বাবে হৈ পৰে কাৰোবাৰ ৰক্ষিতা। পৃষ্ঠাই পৃষ্ঠাই বৰ্ণিত হোৱা ব্ৰজৰ ৰাধেশ্যামী সকলৰ যন্ত্ৰণাদগ্ধ কাহিনীয়ে বুকুৰ মাজত এটা আচৰিত বিষৰ সৃষ্টি কৰে। কেনে ধৰণৰ জীৱন যাপন কৰে ব্ৰজৰ ৰাধেশ্যামী বুঢ়ীসকলে? ঔদ্ধদেহিকৰ বাবে নাখাই নবৈ সাঁচি যোৱা এটা এটা আধলিৰ কাহিনী.. জানিবলৈ শুনক ষ্টৰীটেল যোগে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ মৰ্মস্পৰ্শী তথা কালজয়ী উপন্যাস 'নীলকণ্ঠী ব্ৰজ'।
© 2021 Storyside IN (Audiobook): 9789353987732
Release date
Audiobook: 19 March 2021
Others also enjoyed ...
- Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
- Priya Manuh Priya Katha অনুৰাধা শৰ্মা পূজাৰী
- Abha Gardinaror Abeli মামণি ৰয়ছম গোস্বামী
- Ahiron মামণি ৰয়ছম গোস্বামী
- Xunar Pahar Premnarayan Dutta
- Eta Dweep Xaatta Kobor ৰঞ্জু হাজৰিকা
- Chenabor Xut মামণি ৰয়ছম গোস্বামী
- Dhunda অপূৰ্ব শৰ্মা
- Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
- Cubicle Mate পাপলু চেতিয়া
- Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
- Madhuxala সৌমিত্ৰ যোগী
- Prabandha মামণি ৰয়ছম গোস্বামী
- Diary অনুৰাধা শৰ্মা পূজাৰী
- Aariwa অনুৰাধা দত্ত
- Sita আমিশ ত্ৰিপাঠী
- Putaputoni মৃদুল শৰ্মা
- Gupon kaitor aasur ৰঞ্জু হাজৰিকা
- Punor Jonom loi Tejimolai মনালিছা শইকীয়া
- Big Bazar মনালিছা শইকীয়া
- Stobdho Oronyo ৰঞ্জু হাজৰিকা
- Romyokotha ভদ্ৰ বৰা
- Kollolini আৰাধনা গোস্বামী
- Matir Saki চৈয়দ আব্দুল মালিক
- Aakrux ৰঞ্জু হাজৰিকা
- Dr. Arunabhor Oxompurno Jeeboni চৈয়দ আব্দুল মালিক
- Buddhajaya গীতালি বৰা
- Julu ৰঞ্জু হাজৰিকা
- Odrisyo Xondhan ৰঞ্জু হাজৰিকা
- Mriganabhi অৰূপা পটংগীয়া কলিতা
- Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- Shriman Yogi Ranjit Desai
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- October Junction Divya Prakash Dubey
- Yugandhar Shivaji Sawant
- Kanthamalacharitham Vishnu M C
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- Bangarwadi Vyankatesh Madgulkar
- The Secret Rhonda Byrne
