Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

4.5

Duration
5H 58min
Language
Assamese
Format
Category

Fiction

সমাজৰ বাস্তৱ দিশটোক প্ৰতিফলিত কৰি বিভিন্ন ঘটনা আৰু চৰিত্রৰ মননশীল সংযোজনৰ এখন গল্প সংকলন হৈছে ভৃংগেশ্বৰ শৰ্মাৰ "মুখাগ্নি"। গল্প-পুথিখনৰ প্ৰতিটো গল্প ভিন্নস্বাদৰ। গল্পসমূহৰ চৰিত্রসমূহ খুৱেই জীৱন্ত আৰু সংবেদনশীল। চৰিত্রসমূহত বাস্তৱ জীৱনৰ সুখ-দুখ, আশা-আকাঙ্ক্ষা, হতাশা তথা জীৱনৰ সূক্ষ্ম অনুভূতিসমূহ সুন্দৰকৈ প্ৰতিষ্ঠাপন কৰা হৈছে আৰু সেয়ে গল্পসমূহৰ পটভূমি আৰু চৰিত্রসমূহ সদা-প্ৰাসঙ্গিক। এই গল্পসমূহৰ জৰিয়তে আমাৰ সমাজখনৰ বিভিন্ন দিশ তথা ভিন্নজনৰ জীৱনবোধ সম্পৰ্কে জানিবলৈ শুনক ভৃংগেশ্বৰ শৰ্মাৰ "মুখাগ্নি"কেৱল "ষ্টৰীটেল"ৰ যোগেদি।

© 2021 Storyside IN (Audiobook): 9789353988296

Release date

Audiobook: 6 May 2021

Others also enjoyed ...